• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন শ্ৰেষ্ঠ? কোহলিক কটাক্ষ ধোনী অনুৰাগীৰ; ছচিয়েল মিডিয়াত পুনৰ আৰম্ভ আন এক টুৰ্ণামেন্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2021 10:28 am
Dhoni vs Kohli debate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত ভাৰতৰ পৰাজয়ৰ পাছতে পুনৰ উক দি উঠিছে পুৰণি এক বিতৰ্কই।

এই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে অধিনায়ক ধোনী বনাম অধিনায়ক কোহলী। ইয়াকে লৈ ব্যাপক চৰ্চাত মজ্জিত ছচিয়েল মিডিয়া। দুইগৰাকী অধিনায়কৰ সফলতা-বিফলতাক লৈ তুমুল বিতৰ্ক অনুৰাগীসকলৰ মাজত।

কোহলীৰ নেতৃত্বত ভাৰতে একেৰাহে তিনিটা আইচিচি টুৰ্ণামেন্টৰ ছেমিফাইনেল বা ফাইনেলত পৰাজিত হৈছে। ইয়াৰ পূৰ্বে ধোনীৰ নেতৃত্বতো এটাৰ পাছত আন এটাকৈ তিনিটা আইচিচি টুৰ্ণামেন্টৰ ছেমিফাইনেল বা ফাইনেলৰ পৰা টীম ইণ্ডিয়াই বিদায় ল’বলগীয়া হৈছিল।

অধিনায়ক হিচাপে ধোনীৰ নেতৃত্বত তেওঁৰ সময়ত তিনিটা আইচিচি টুৰ্ণামেন্টতেই (টী-২০ বিশ্বকাপ, ৱান ডে বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী) টীম ইণ্ডিয়া চেম্পিয়ন হৈছে। তাৰ হিচাপত কোহলীয়ে এতিয়াও ডাঙৰ টুৰ্ণামেন্টত ভাৰতক সফলতা আনি দিব পৰা নাই।

টেষ্টত নেতৃত্ব দিয়া আৰু মেচ জয়ৰ হিচাপত কোহলীয়ে ধোনীক অতিক্ৰম কৰিলেও ট্ৰফী জয়ৰ ক্ষেত্ৰত কোহলী সম্পূৰ্ণ ব্যৰ্থ।

এই হিচাপ-নিকাচৰ আধাৰতে টীম ইণ্ডিয়াৰ দুই অধিনায়কৰ ভিতৰত শ্ৰেষ্ঠত্বৰ যুঁজ এখন ছচিয়েল মিডিয়াত নতুনকৈ আৰম্ভ কৰিছে অনুৰাগীসকলে। স্বাভাৱিকতেই ধোনীৰ সমৰ্থনত ভিৰ বাঢ়িছে সমৰ্থকৰ।

India in 10 ICC finals:

Under Dhoni’s captaincy – Won 3 (out of 4 finals)

All other captains – Won 1 (out of 6 finals)#WTC2021Final

— Bharath Seervi (@SeerviBharath) June 23, 2021

ধোনীৰ অনুৰাগীসকলৰ দাবী যে টেষ্ট শ্বেম্পিয়নশ্বিপৰ ফাইনেল এনে পৰিস্থিতি ধোনী যদি অধিনায়ক থাকিলেহেঁতেন তেতিয়া ভাৰতেই বিজয়ী হ’লহেঁতেন।

আনহাতে, কোহলীৰ সমৰ্থকসকলেও ধোনীৰ পৰিসংখ্যা দাঙি ধৰি ধোনীয়ে অধিনায়ক হিচাপে কিমানখন আইচিচি টুৰ্ণামেন্টত ব্যৰ্থ হৈছি তাৰ খতিয়ান দাঙি ধৰিবলৈ পাহৰা নাই।

Captaincy is not everyones cup of tea
Dhoni ❣️@msdhoni@imkohli@bcci pic.twitter.com/UVvSWaIKJ3

— Ravi Bhan Singh (@RaviBhanSingh20) June 24, 2021

মুঠৰ ওপৰত আকৌ এবাৰ ছচিয়েল মিডিয়াত ধোনী বনাম কোহলীৰ অনুৰাগীৰ এই মুখামুখি যুঁজখনে ভাৰতত ক্ৰিকেটৰ জনপ্ৰিয়তাকে যেন প্ৰমান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am
ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

August 23, 2025 6:30 am
অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am
ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

August 23, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd