• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন শ্ৰেষ্ঠ? কোহলিক কটাক্ষ ধোনী অনুৰাগীৰ; ছচিয়েল মিডিয়াত পুনৰ আৰম্ভ আন এক টুৰ্ণামেন্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2021 10:28 am
Dhoni vs Kohli debate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত ভাৰতৰ পৰাজয়ৰ পাছতে পুনৰ উক দি উঠিছে পুৰণি এক বিতৰ্কই।

এই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে অধিনায়ক ধোনী বনাম অধিনায়ক কোহলী। ইয়াকে লৈ ব্যাপক চৰ্চাত মজ্জিত ছচিয়েল মিডিয়া। দুইগৰাকী অধিনায়কৰ সফলতা-বিফলতাক লৈ তুমুল বিতৰ্ক অনুৰাগীসকলৰ মাজত।

Apply Now

কোহলীৰ নেতৃত্বত ভাৰতে একেৰাহে তিনিটা আইচিচি টুৰ্ণামেন্টৰ ছেমিফাইনেল বা ফাইনেলত পৰাজিত হৈছে। ইয়াৰ পূৰ্বে ধোনীৰ নেতৃত্বতো এটাৰ পাছত আন এটাকৈ তিনিটা আইচিচি টুৰ্ণামেন্টৰ ছেমিফাইনেল বা ফাইনেলৰ পৰা টীম ইণ্ডিয়াই বিদায় ল’বলগীয়া হৈছিল।

অধিনায়ক হিচাপে ধোনীৰ নেতৃত্বত তেওঁৰ সময়ত তিনিটা আইচিচি টুৰ্ণামেন্টতেই (টী-২০ বিশ্বকাপ, ৱান ডে বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী) টীম ইণ্ডিয়া চেম্পিয়ন হৈছে। তাৰ হিচাপত কোহলীয়ে এতিয়াও ডাঙৰ টুৰ্ণামেন্টত ভাৰতক সফলতা আনি দিব পৰা নাই।

টেষ্টত নেতৃত্ব দিয়া আৰু মেচ জয়ৰ হিচাপত কোহলীয়ে ধোনীক অতিক্ৰম কৰিলেও ট্ৰফী জয়ৰ ক্ষেত্ৰত কোহলী সম্পূৰ্ণ ব্যৰ্থ।

এই হিচাপ-নিকাচৰ আধাৰতে টীম ইণ্ডিয়াৰ দুই অধিনায়কৰ ভিতৰত শ্ৰেষ্ঠত্বৰ যুঁজ এখন ছচিয়েল মিডিয়াত নতুনকৈ আৰম্ভ কৰিছে অনুৰাগীসকলে। স্বাভাৱিকতেই ধোনীৰ সমৰ্থনত ভিৰ বাঢ়িছে সমৰ্থকৰ।

India in 10 ICC finals:

Under Dhoni’s captaincy – Won 3 (out of 4 finals)

All other captains – Won 1 (out of 6 finals)#WTC2021Final

— Bharath Seervi (@SeerviBharath) June 23, 2021

ধোনীৰ অনুৰাগীসকলৰ দাবী যে টেষ্ট শ্বেম্পিয়নশ্বিপৰ ফাইনেল এনে পৰিস্থিতি ধোনী যদি অধিনায়ক থাকিলেহেঁতেন তেতিয়া ভাৰতেই বিজয়ী হ’লহেঁতেন।

আনহাতে, কোহলীৰ সমৰ্থকসকলেও ধোনীৰ পৰিসংখ্যা দাঙি ধৰি ধোনীয়ে অধিনায়ক হিচাপে কিমানখন আইচিচি টুৰ্ণামেন্টত ব্যৰ্থ হৈছি তাৰ খতিয়ান দাঙি ধৰিবলৈ পাহৰা নাই।

Captaincy is not everyones cup of tea
Dhoni ❣️@msdhoni@imkohli@bcci pic.twitter.com/UVvSWaIKJ3

— Ravi Bhan Singh (@RaviBhanSingh20) June 24, 2021

মুঠৰ ওপৰত আকৌ এবাৰ ছচিয়েল মিডিয়াত ধোনী বনাম কোহলীৰ অনুৰাগীৰ এই মুখামুখি যুঁজখনে ভাৰতত ক্ৰিকেটৰ জনপ্ৰিয়তাকে যেন প্ৰমান কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd