• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথৰ থানাত সজাই ৰখা হৈছে বিধে বিধে ৰং-চঙীয়া সুৰাৰ বটল, কিন্তু কিয়?

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
July 1, 2021 5:09 pm
kpppl
164
VIEWS
Share on FacebookShare on Twitter

এইবাৰ ৱাইন শ্বপত নহয়,আৰক্ষী থানাত উঠিতে সুৰাৰ উজান ৷সুন্দৰ আৰু নিয়াৰিকৈ দীঘলীয়া শাৰী পাতি সজাই থোৱা হৈছে ভিন্ন ভিন্ন ব্ৰাণ্ডৰ সুৰা৷আচলতে কি হৈছে আৰক্ষী থানাত?

ৰ’ব ভুল নুবুজিব,দৰাচলতে এইয়া হৈছে বিশ্বনাথ আৰক্ষীয়ে অবৈধ্ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হোৱা অবৈধ্ সুৰাৰ৷ বিশ্বনাথ জিলা আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে।

উল্লেখ্য যে বিশ্বনাথ জিলা আৰক্ষীয়ে ধাৰাবাহিক ভাবে জিলাখনৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই আছে।

কিন্তু তাৰ মাজতে কালি বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশ মতে জিলাখনৰ প্ৰতিখন থানাই জিলাখনত চলি থকা অবৈধ সুৰাৰ বিৰুদ্ধে চলাই বিশেষ অভিযান।

এই অভিযানত বিশ্বনাথ সদৰ আৰক্ষী থানাৰ দল,গহপুৰ ,বিহালী, চতিয়া আৰু জিনজিয়া আৰক্ষী থানাৰ অভিযানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ১০৫০ টা অবৈধ সুৰাৰ বটল।

লগতে দুজন অবৈধ সুৰা বেপাৰীক ধৰিবলৈ সক্ষম হয়।জিলাখনত আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে জিলাবাসীয়ে আৰক্ষীৰ শলাগ লৈছে।

এইফালে বিশ্বনাথ জিলা আৰক্ষীয়ে এই অবৈধ সুৰা, গাঞ্জা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে জিলাৰ উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd