• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্ৰোহী হৈ জে’লত সোমাই বিধায়ক হৈ ওলাই আহিল অখিল গগৈ; মুকলি হৈয়ে ঘটালে বিস্ফোৰণ!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2021 8:42 pm
Akhil Gogoi

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা মুক্ত হৈ আয়োজন কৰা এখন সংবাদমেলত বহু বিস্ফোৰণ ঘটালে কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে ক’লে, ‘’মই কাৰাগাৰত নথকা হ’লে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন। সাহস থকা হ’লে চৰকাৰে মোক বাহিৰত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগিছিল।’’

Apply Now

কা-আন্দোলনৰ বাবে জে’ললৈ যাৱলগীয়া হোৱা অখিল গগৈয়ে কা আন্দোলন সন্দৰ্ভত মন্তব্য কৰি কয় যে পৃথিৱীৰ ইতিহাসত হয়তো এনেকুৱা আন্দোলন হোৱা নাছিল।

চৰকাৰে সংগঠনসমূহ আৰু সাধাৰণ ৰাইজৰ মাজত বিভেদ আনি ‘কা’ আন্দোলন স্থগিত কৰাৰো অভিযোগ আনিলে। জাতীয় সংগঠনসমূহে চৰকাৰৰ চক্ৰান্তত ভৰি দিলে বুলিও উল্লেখ কৰি গগৈয়ে কয় যে জাতীয় সংগঠনে অসমীয়া জাতিক কৰা  বিশ্বাসঘাতকতাৰ বাবেই ‘কা’ আন্দোলন ব্যৰ্থ হ’ল।

‘‘মোক গুলীয়াবলৈ কেন্দ্ৰৰ পৰা নিৰ্দেশ আহিছিল। উপায়বিহীন হৈ মই গ্ৰেপ্তাবৰণ কৰিবলৈ বাধ্য হ’লো। জে’লত মোক তিল তিলকৈ শাস্তি দিছিল। আৰএছএছত যোগদান কৰিলে মোক ১০ দিনৰ ভিতৰত মুকলি কৰি দিয়াৰ কথা কোৱা হৈছিল।‘’ এইদৰেই চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিলে অখিল গগৈয়ে।

বিধানসভাত প্ৰতিটো মিছা কথাৰ মুখ খোলাৰ সংকল্পৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ বাবে মাত মতাৰ লগতে ‘কা’ বাতিল কৰাৰ অংগীকাৰো দোহাৰে।

বৃহৎ নদীবান্ধ বন্ধ কৰিব লাগিব বুলি দোহাৰি গগৈয়ে ছিণ্ডিকেট বন্ধ কৰাৰো হুংকাৰ দিয়ে। তেওঁ বিজেপিয়ে কয়লা, চুপাৰি, কণী, মাছৰ ছিণ্ডিকেট চলাই থকা বুলি গুৰুতৰ অভিযোগ আনে। তেওঁ টোলগে’টসমূহো লাহে লাহে বন্ধ কৰাৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে।

আনহাতে, লকডাউনত ক্ষতিগ্ৰস্ত সকলোকে ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনায় বিধায়কগৰাকীয়ে।

ইপিনে, এপিএছচি কেলেংকাৰীৰ তদন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তদন্তৰ আওতালৈ অনাৰ দাবী কৰে অখিল গগৈয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd