• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসা খণ্ডক চৰকাৰে অগ্ৰাধিকাৰ নিদিয়াটো এক জৰুৰী চিন্তাৰ বিষয়: মুখ্য ন্যায়াধীশ ৰামান্না

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2021 9:49 am
ramana-new

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না।

174
VIEWS
Share on FacebookShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই বৃহস্পতিবাৰে কয় ‘’চৰকাৰে চিকিৎসা খণ্ডক অগ্ৰাধিকাৰ নিদিয়াটো’’এটা ‘’জৰুৰী চিন্তাৰ বিষয়’’।

তেওঁ লগতে প্ৰশ্ন কৰে ‘’আন কাৰোবাৰ ব্যৰ্থতাৰ বাবে চিকিৎসা বৃত্তিধাৰীসকল কিয় বলি হ’ব?’’

‘’চিকিৎসা সংস্থা তথা চৰকাৰৰ সংশ্লিষ্ট এজেন্সীসমূহে একেলগ হৈ এই  সমস্যাসমূহ মোকাবিলা কৰিব লাগিব। তেতিয়াহে প্ৰতিবছৰে পহিলা জুলাইৰ দিনা চিকিৎসকসকলক প্ৰকৃততে অভিনন্দন জনাব পাৰিম,’’-বিশ্ব চিকিৎসক দিৱসৰ এক অনুষ্ঠানত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে কয়।

তেওঁ লগতে হায়দৰাবাদস্থিত এটা ছচাইটিৰ ডায়েবেটিছৰ বিৰুদ্ধে আৰম্ভ কৰা এক অভিযানো মুকলি কৰে।

‘’এইটো দুৰ্ভাগ্যজনক যে আমাৰ চিকিৎসকসকলক কৰ্তব্যৰ সময়ত নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে। আন কাৰোবাৰ ব্যৰ্থতাৰ বাবে কিয় চিকিৎসা বৃত্তিধাৰীসকল বলি হ’ব,’’-মুখ্য ন্যায়াধীশ ৰামান্নাই কয়।

মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি কয়,’’পৰ্যাপ্ত সংখ্যক চিকিৎসা বৃত্তিধাৰীৰ অভাৱ, আন্ত:গাঁথনি, ঔষধ, পুৰণিকলীয়া প্ৰযুক্তি তথা চিকিৎসা খণ্ডক চৰকাৰে অগ্ৰাধিকাৰ নিদিয়া আদি জৰুৰী চিন্তাৰ বিষয়। এইটো সত্য যে ফেমিলি ডক্টৰৰ পৰম্পৰা নাইকীয়া হৈছে। কিয় কৰ্পোৰেট তথা বিনিয়োগকাৰীয়ে কৰা লাভৰ বাবে চিকিৎসকলক দোষাৰোপ কৰা হৈছে?’’

Recent News

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd