• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ: অচিৰেই প্লাৱিত হোৱাৰ সম্ভাৱনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উত্তম শইকীয়া by উত্তম শইকীয়া
July 3, 2021 6:48 am
IMG_20210702_175837

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে উজনিৰ ইংকিয়ং, বলেং আৰু পাচিঘাটত শুকুৰবাৰৰ দিনটোতো ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে ৷ ইংকিয়ংত ১.১১ মিটাৰ,  বলেংত ০.৩২ মিটাৰ আৰু পাচিঘাটত ০.০৮ মিটাৰ বৃদ্ধি পাইছে জলপৃষ্ঠ ৷

ইফালে যোৱা ১২ ঘন্টাত ডিব্ৰুগড়ত জলপৃষ্ঠ সামান্য নিম্নগামী হৈছে যদিও নিশালৈ জলপৃষ্ঠ বৃদ্ধি পাব বুলি কেন্দ্ৰীয় জল আয়োগৰ তথ্যত প্ৰকাশ ৷

Apply Now

শুকুৰবাৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটত বিপদ সীমাৰ ০.৪৮ মিটাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ৷ নিমাতীঘাটত পুৱাতকৈ জলপৃষ্ঠ ০.০৮ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷

ইফালে শুকুৰবাৰৰ দিনটোত বোকাখাতৰ ধনশিৰিমুখত ধীৰ গতিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ পুৱাতকৈ ০.০৩ মিটাৰ বৃদ্ধি হৈছে জলপৃষ্ঠ আৰু বিপদসীমাৰ ০.৩৬ মিটাৰ তলৰে বৈ আছে ৷

উজনিৰ ইংকিয়ং আৰু বলেংত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ উৰ্ধমুখী হোৱালৈ চাই অহা ৪ জুলাইৰ বিয়লিলৈ বা ৫ জুলাইলৈ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীয়ে বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷

ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠই ইতিমধ্যে সংকেত সীমা অতিক্ৰম কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো মন্থৰ গতিৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী প্ৰবেশ কৰিছে ৷

ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেউটা বনাঞ্চলেই কম বেছি পৰিমানে প্লাৱিত হোৱাৰ সম্ভাৱনা আছে ৷

কাজিৰঙাৰ দক্ষিণ সীমাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এনিমেল কৰিডৰত বন্যপ্ৰাণীৰ প্ৰব্ৰজন আৰম্ভ হোৱা নাই যদিও সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এনিমেল কৰিডৰত গতিৰোধক স্থাপন কৰি ইতিমধ্যেই পহৰাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd