DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উজনিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ: অচিৰেই প্লাৱিত হোৱাৰ সম্ভাৱনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

উত্তম শইকীয়া by উত্তম শইকীয়া
July 3, 2021 6:48 am
IMG_20210702_175837

ফটো: নৰ্থইষ্ট নাও।

264
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে উজনিৰ ইংকিয়ং, বলেং আৰু পাচিঘাটত শুকুৰবাৰৰ দিনটোতো ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে ৷ ইংকিয়ংত ১.১১ মিটাৰ,  বলেংত ০.৩২ মিটাৰ আৰু পাচিঘাটত ০.০৮ মিটাৰ বৃদ্ধি পাইছে জলপৃষ্ঠ ৷

ইফালে যোৱা ১২ ঘন্টাত ডিব্ৰুগড়ত জলপৃষ্ঠ সামান্য নিম্নগামী হৈছে যদিও নিশালৈ জলপৃষ্ঠ বৃদ্ধি পাব বুলি কেন্দ্ৰীয় জল আয়োগৰ তথ্যত প্ৰকাশ ৷

শুকুৰবাৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটত বিপদ সীমাৰ ০.৪৮ মিটাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ৷ নিমাতীঘাটত পুৱাতকৈ জলপৃষ্ঠ ০.০৮ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷

ইফালে শুকুৰবাৰৰ দিনটোত বোকাখাতৰ ধনশিৰিমুখত ধীৰ গতিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ পুৱাতকৈ ০.০৩ মিটাৰ বৃদ্ধি হৈছে জলপৃষ্ঠ আৰু বিপদসীমাৰ ০.৩৬ মিটাৰ তলৰে বৈ আছে ৷

উজনিৰ ইংকিয়ং আৰু বলেংত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ উৰ্ধমুখী হোৱালৈ চাই অহা ৪ জুলাইৰ বিয়লিলৈ বা ৫ জুলাইলৈ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ নদীয়ে বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷

ধনশিৰিমুখত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠই ইতিমধ্যে সংকেত সীমা অতিক্ৰম কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো মন্থৰ গতিৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী প্ৰবেশ কৰিছে ৷

ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেউটা বনাঞ্চলেই কম বেছি পৰিমানে প্লাৱিত হোৱাৰ সম্ভাৱনা আছে ৷

কাজিৰঙাৰ দক্ষিণ সীমাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এনিমেল কৰিডৰত বন্যপ্ৰাণীৰ প্ৰব্ৰজন আৰম্ভ হোৱা নাই যদিও সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এনিমেল কৰিডৰত গতিৰোধক স্থাপন কৰি ইতিমধ্যেই পহৰাৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

Recent News

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd