• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডৰ ডেল্টা প্লাছৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত কাপ্পা প্ৰজাতিত আক্ৰান্ত হৈ এজনৰ মৃত্যু

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2021 4:56 pm
kappa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰাত্মক ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছে নতুন বিপদৰ বাৰ্তা কঢ়িয়াই আনিছে।

দেশত এতিয়ালৈকে ডেল্টা প্লাছত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ডেল্টা প্লাছৰ আতংকৰ মাজতে কোভিডৰ আন এক প্ৰজাতিয়ে এতিয়া চিন্তিত কৰি তুলিছে দেশৰ চিকিৎসা বিজ্ঞানীসকলক।

Apply Now

কোভিডৰ সেই নতুন প্ৰজাতিবিধ হৈছে কাপ্পা।

উত্তৰ প্ৰদেশৰ পূব অংশত অৱস্থিত সন্ত কবিৰ নগৰত শেহতীয়াকৈ এজন লোকৰ দেহত ধৰা পৰিছে কোভিডৰ কাপ্পা প্ৰজাতি।

কাপ্পা প্ৰজাতিৰ কোভিডত আক্ৰান্ত ৬৬ বছৰীয়া লোকজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

লোক জনৰ তেজৰ নমুনা ১৩ জুনতে সংগ্ৰহ কৰি নতুন দিল্লীৰ চিএছআইআৰৰ ইনষ্টিটিউট অব জেন’মিক্স এণ্ড ইণ্টেগ্ৰেটিভ বায়’ল’জিলৈ প্ৰেৰণ কৰা হৈছিল।

তাতেই তেওঁ কোভিডৰ কাপ্পা প্ৰজাতিত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হয়।

উত্তৰ প্ৰদেশৰ বিআৰডি মেডিকেল কলেজৰ মাইক্ৰ’বায়’ল’জি বিভাগৰ মুৰব্বী ডাঃ অমৰেশ সিঙে প্ৰকাশ কৰা মতে কোভিডৰ ডেল্টা প্ৰজাতিৰ দৰেই কাপ্পা প্ৰজাতিও অতি মাৰাত্মক।

উল্লেখ্য কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছক আনকি কোনো ভেকচিনৰ জৰিয়তে বাধা দিব নোৱাৰি।

সেয়ে এই প্ৰজাতি বিধৰ সংক্ৰমণে এতিয়া চিন্তিত কৰি তুলিছে দেশ-বিদেশৰ স্বাস্থ্য বিজ্ঞানীসকলৰ লগতে চৰকাৰকো।অৱশ্যে ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰকাশ কৰা মতে কোভাক্সিন আৰু কোভিশ্বিল্ড উভয় ভেকচিনেই কোভিডৰ ডেল্টা প্লাছ প্ৰজাতিক বাধা দিব পাৰে।

অৱশ্যে ভেকচিন দুবিধে কিমান কাৰ্যকৰী ভাবে ডেল্টা প্লাছ প্ৰজাতি ৰুধিব পাৰে সেয়া এতিয়াও প্ৰমাণ হোৱা নাই বুলি তেওঁ কয়।

এতিয়ালৈকে বিশ্বৰ ৯৪ খন দেশত কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছৰ উপস্থিতি ধৰা পৰিছে। উল্লেখ্য কোভিডৰ দ্বিতীয়টো ঢৌৱে কাবু কৰা ভাৰতবৰ্ষত মাৰাত্মক ৰোগ বিধৰ তৃতীয়টো ঢৌ আহিবলৈ আৰু বেছি দিন নাই।
এটাৰ পাছত আন এটা কোভিড-১৯ৰ ভেৰিয়েন্ট বিশ্বত প্ৰৱেশ কৰিবলৈ লৈছে আৰু প্ৰতিটোৱে পূৰ্বতকৈ শক্তিশালী তথা মাৰাত্মক।

ডেল্টা আৰু ডেল্টা প্লাছ ভেৰিয়েন্টৰ পাছত কোভিড-১৯ৰ আন এটি মিউটেন্টে ভুমুকি মাৰিছে। ইয়াক কোৱা হৈছে ‘লাম্বদা’ (Lambda)।

মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে কোভিড-১৯ৰ ‘লাম্বদা’ ভেৰিয়েন্ট ভাৰতত প্ৰথম আৱিস্কৃত ডেল্টাতকৈয়ো মাৰাত্মক।

বিশেষজ্ঞসকলৰ মতে ‘লাম্বদা’ ভেৰিয়েন্ট যোৱা ডেৰ বছৰ ধৰি কোভিড-১৯ বিৰুদ্ধে লাভ কৰা অগ্ৰগতিৰ প্ৰতি এক নতুন ভাবুকি।

বিশ্ব স্বাস্থ্য সংস্থাই যোৱা ১৪ জুনত ইতিমধ্যেই লাম্বদাক লক্ষ্যণীয় ভেৰিয়েন্ট হিচাপে ঘোষণা কৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd