• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ কোটিটকীয়া প্ৰকল্প গৃহৰ জৰাজীৰ্ণ ৰূপ,মূল্যৱান সামগ্ৰী নষ্ট হোৱাৰ উপক্ৰম

শীঘ্ৰে প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ দাবী ছাত্র সন্থাৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 10, 2021 3:58 pm
rk-covid
159
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনত সেই সময়ৰ হস্ত তাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই উদ্ধোধন কৰিছিল যোৰহাট জিলাৰ টীয়কত টাই আহোম উন্নয়ন পৰিষদৰ তত্বাৱধানত শিপিনী সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে শিপিনী সকলে যাতে সমুহীয়াকৈ কাপোৰ বৈ নিজে স্বাৱলম্বী হব পাৰে সেই উদ্দেশ্যে নিৰ্মাণ কৰা কোটি টকীয়া এটা প্ৰকল্পৰ গৃহ ।

স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱা সহ বহু কেইগৰাকী ৰাজনৈতিক ব্যক্তিৰ উপস্থিতিত মন্ত্ৰী দত্তই এই প্ৰকল্পৰ পৰা অঞ্চলটোৰ মহিলা সকল কিদৰে উপকৃত হব তাৰ পৰিকল্পনা দেখুৱাইছিল ।

কিন্তু পৰৱৰ্তী সময়ত সেয়া যেন ফুটুকাৰ ফেন হোৱাৰ উপক্ৰম হল।

উদ্ধোধনতে যতি পৰিল কোটি টকীয়া প্ৰকল্পৰ গতি ।

সুদীৰ্ঘ দিন কোটি টকীয়া এই প্ৰকল্পটো বন্ধ হৈ থকাত জহি-খহি গৈছে গৃহৰ দুৱাৰ-খিৰিকী, টিনপাত ।

নষ্ট হোৱাৰ উপক্ৰম হৈছে বহু হাজাৰ টকীয়া অত্যাধুনিক শতাধিক তাঁতশাল ।

চৰকাৰী প্ৰকল্প এটাৰ আৰম্ভণি নহওতেই এনেদৰে শ্মাশন যাত্ৰা আৰম্ভ হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

শীঘ্ৰে এই প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ দাবী জনাইছে ছাত্র সন্থাই ।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd