• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেট অধিবেশনত কেইবাটাও বিষয় বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, শিক্ষামন্ত্ৰীক আহ্বান জাতীয় মহাসভাৰ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 11, 2021 3:17 pm
ppk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ বাজেট অধিবেশনত কেইবাটাও বিষয় বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, শিক্ষা আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ৰণোজ পেগু, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক কোচ ৰাজবংশী জাতীয় মহাসভাই সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰৰ জৰিয়তে অনুৰোধ জনাইছে।

কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে স্বাক্ষৰ কৰা স্মাৰকপত্ৰত অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ বিধেয়ক ২০২০ সংশোধন কৰি অসমৰ আন আন স্বায়ত্ত্বশাসিত পৰিষদৰ দৰে অধিক বিভাগ হস্তান্তৰ কৰাৰ লগতে পৰিষদলৈ বছৰি ৫০০ কোটি টকা ধাৰ্য কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো সমাধা কৰাৰ বাবে বিধানসভাত সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা, কোচ ৰাজবংশীৰ জাতীয় আন্দোলনত শ্বহীদ হোৱা সকলোৰ পৰিয়াললৈ ৫ লাখ টকা আৰু পৰিয়ালৰ এজন উপযুক্ত ব্যক্তিক চৰকাৰী চাকৰি দিয়া, ঘূণীয়া সকলোক ১ লাখ টকা আৰ্থিক সাহায্য , মূলসুঁতিলৈ উভতি অহা কেএলঅ (KLO)ৰ সদস্য সকলোক ৫ লাখ টকা আৰু উপযুক্ততাৰ ভিত্তিত অসম আৰক্ষী বিভাগত মকৰল কৰিবলৈওঅনুৰোধ জনোৱা হৈছে।

জনতা ভৱনৰ সন্মুখত থকা উদ্যানত প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহৰ আবক্ষ মুৰ্ত্তি (Statue) স্থাপন কৰা, বঙাইগাঁও জিলাত কোচ ৰাজবংশী সকলোৰ ভাষা, সংস্কৃতি আৰু ক্ৰীড়া চৰ্চা কৰাৰ বাবে “নৰনাৰায়ন সাংস্কৃতিক আৰু ক্ৰীড়া কেন্দ্ৰ” গঢ়ি তোলা, বঙাইগাঁও জিলাত খেলা-ধূলাৰ প্ৰশিক্ষণ ল’বৰ বাবে এটা ছাইৰ শাখা কেন্দ্ৰ স্থাপন কৰা, বিজনী, চিদলী আৰু চিকনাঝাৰৰ ৰাজবাৰীক পৰ্যটকৰ বাবে সংৰক্ষণ কৰা, বঙাইগাঁও জিলাত এখন পূৰ্ণাংগ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলা, চিলাৰায়ৰ নামেৰে এটা কমাণ্ডো বাহিনী নামাকৰণ কৰা, গুৱাহাটী চহৰত কমতাপুৰ ভৱন নিৰ্মাণ কৰা, বঙাইগাঁও চহৰত আধাৰশিলা কৰা চিলাৰায় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মানকাৰ্য খৰতকীয়া কৰাৰ বাবে পৰ্যাপ্ত পুঁজি আৱণ্টন দিয়া, চিৰাং জিলাৰ চাপাগুৰিৰ পৰা বঙাইগাঁও চহৰৰ মাজমজিয়াৰে উত্তৰ শালমাৰালৈ থকা বীৰ চিলাৰায় পথ (১৫ কিঃমিঃ দীৰ্ঘ) চোৱাক চাৰিলেন যুক্ত কৰা, গোলকগঞ্জত  নিৰ্মাণৰত সাংস্কৃতিক কেন্দ্ৰৰ কাম খৰতকীয়া কৰাৰ বাবে পৰ্যাপ্ত পুঁজি  আৱণ্টন দিয়া, বিটিচিৰ অন্তৰ্গত অজনজাতি  সকলোৰ মাটি কিনা-বেচা আৰু নামজাৰি কৰাৰ বাবে অনুমতি গ্ৰহণৰ ক্ষেত্ৰত জিলা উপায়ুক্ত, মহকুমাধিপতি অৰু চক্ৰ বিষয়া সকলোক কৰ্তৃত্ব দিয়া, বিটিচিৰ কোচ ৰাজবংশী সকলোৰ সামগ্ৰীক উন্নয়ন আৰু বিকাশৰ বাবে বিটিচি কোচ ৰাজবংশী উন্নয়ন বোৰ্ড (কমিটি) গঠন কৰা, অসম চৰকাৰৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ নামত আৱণ্টিত ধন যাতে ৰাজ্য চৰকাৰৰ গাইডলাইল মতে আঁচনি গ্ৰহণ কৰি ব্যয় কৰে তাৰ বাবে চৰকাৰী নীতি প্ৰস্তুত অনুৰোধ জনোৱা হৈছে।

বঙাইগাঁও জিলাৰ সোণালী বান্দৰ আৰু বিভিন্ন জীৱ-জন্তুৰ বিচৰণ ভূমি কাকৈজনা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া, বড়োলেণ্ড আন্দোলনৰ সময়চোৱাত আততায়ীৰ হাতত মৃত্যু হোবা, ক্ষতিগ্ৰস্ত পৰিয়াল আৰু উচ্ছেদিত পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰা, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰা বঙাইগাঁও চহৰৰ ভাকাৰীভিটাস্থ বীৰ চিলাৰায় সামাজিক- সাংস্কৃতিক আৰু গবেষণা কেন্দ্ৰৰ কাৰ্যালয়, প্ৰেক্ষাগৃহ, পুথিভঁৰাল, অধ্যয়ন কক্ষ, চাৰিবেৰ, আদৰণি তোৰণ আৰু শৌচালয় নিৰ্মাণৰ বাবে কমেও ৫ (পাচঁ) কোটি টকা ধাৰ্য কৰা বিষয়সমূহ সন্নিবিষ্ট কৰিছে ৷

কোচ ৰাজবংশী জাতীয় মহাসভাই স্মাৰকপত্ৰৰ জৰিয়তে আশা ব্যক্ত কৰি কয় য়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে অসম বিধানসভাৰ বাজেট অধিবেশনত কোচ ৰাজবংশী জাতীয় মহাসভাই স্মাৰকপত্ৰত উল্লেখ কৰা বিভিন্ন দাবী সমূহ বাজেটত দাখিল কৰি কাৰ্যকৰী কৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd