• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল গগৈৰ ভূতে এতিয়া খেদি ফুৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক: কৃষক মুক্তিৰ বিস্ফোৰণ

নিৰ্বাচনত বিজেপিয়ে ফাঁচি বজাৰৰ বনিয়াৰ পৰা চান্দা লোৱাৰ বাবেই ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ অভিযোগ সংগঠনটোৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 11, 2021 5:27 pm
KMSS press meet

শিৱসাগৰত দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

346
VIEWS
Share on FacebookShare on Twitter

খাওতেও অখিল গগৈ, শুৱতেও অখিল গগৈ। অখিল গগৈৰ ছাঁটোৱে এতিয়া হিমন্ত বিশ্ব শৰ্মাক খেদি ফুৰিছে।

বিধান সভাৰ অধিৱেশনত নিৰ্দলীয় বিধায়কে বক্তব্য ৰাখিবলৈ মাত্ৰ দুই মিনিট সময় পাব বুলি মুখ্যমন্ত্ৰীয়ে কোৱা মন্তব্যক তীব্ৰ সমালোচনা কৰি আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে এই বিস্ফোৰক মন্তব্য কৰে।

বিধান সভাৰ অধিৱেশনৰ প্ৰাকক্ষণত মূল্যবৃদ্ধি ৰোধ কৰা আৰু ক’ভিড সংক্ৰমণ ৰোধত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি কয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

ফাঁচি বজাৰৰ বনিয়াৰ পৰা বিগত নিৰ্বাচনত বিজেপি দলে চান্দা লোৱাৰ বাবেই আজি ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলিও এক গুৰুতৰ অভিযোগ কৰে সংগঠনটোৱে।

ইপিনে মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰীৰ লগতে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰো তীব্ৰ সমালোচনা কৰে কৃষক মুক্তিৰ নেতা জনে।

ক’ভিড পৰিস্থিতিৰ সময়ত ৰাজ্যত হোৱা মূল্য বৃদ্ধিৰ সময়ত যোগান মন্ত্ৰী ৰঞ্জিত দাসে পুৱা দৌৰা আৰু শৰীৰ চৰ্চাৰ ফটো ফেচবুকত দিয়ে। মন্ত্ৰী ৰঞ্জিত দাসে এনে ধৰণৰ বেপেৰুৱা কাম কাজ কৰা বুলি কটাক্ষ কৰে কৃষক মুক্তিয়ে।

আনহাতে, ক’ভিড সংক্ৰমণ ৰোধ কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি অভিযোগ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয়, ‘’চৰকাৰে যিমানেই ঢাক ঢোল নবজাওক, কিন্তু এইটো সত্য যে বৰ্তমান অসমত দুই কোটিৰো অধিক লোকক ভেকচিন দিব পৰা নাই।‘’

ইয়াৰোপৰি সংবাদ মেলত লকডাউন, সান্ধ্য আইনৰ ফলত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ক্ষকিপূৰণ দিয়াৰ দাবী জনায় সংগঠনটোৱে।

এই বিষয় সমুহৰ ওপৰত আগন্তুক বিধান সভাৰ অধিৱেশনত সঠিক পদক্ষেপ নল’লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd