• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৬ জনকৈ কৰ্মচাৰীক বৰ্খাস্ত; প্ৰতিক্ৰিয়া বৰ্খাস্ত কৰ্মচাৰীৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 15, 2021 2:32 pm
employees dicharged JISTI.final

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (জিষ্ট)ৰ ৬ জন ঠিকাভিত্তিক কৰ্মচাৰীক চাকৰিৰ পৰা পুনৰ বৰ্খাস্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে কাৰিকৰী সঞ্চালকালয়ে।

বৰ্খাস্ত কৰাৰ নিৰ্দেশ দিয়া কৰ্মচাৰী কেইজন হ’ল ক্ৰমে হেমন্ত গগৈ, মানস প্ৰতিম গগৈ, ৰমেশ বৰা, ৰিমঝিম গগৈ, মুকুল গগৈ আৰু নিলু বাল্মিকী।

Apply Now

ইয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰ্মচাৰী কেইজন। ২০০৮ চনৰ পৰাই স্থানীয় এই চতুৰ্থবৰ্গৰ কৰ্মচাৰীকেইজনে নিম্নতম পাৰিতোষিক লৈয়ে মহাবিদ্যালয়খনত নিজৰ দায়িত্ব পালন কৰি আহিছে।

অৱশ্যে যোৱা ২০১৭ চনত মাত্ৰ তিনিমাহৰ বাবে কোষাগাৰৰ পৰা দৰমহা লাভ কৰিছিল যদিও এতিয়া পুনৰ কলেজ কৰ্তৃপক্ষৰ পৰাই দৰমহা প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰিছে।

লগতে ক’ভিডসৃষ্ট পৰিবেশৰ বাবে শেহতীয়াকৈ তিনিমাহ দৰমহা লাভ কৰা নাই বুলিও অৱগত কৰিছে কৰ্মচাৰীকেইজনে।

সেয়ে এই ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষক পূৰ্বে নিলম্বিত তিনিগৰাকীকৈ স্থায়ী কৰ্মচাৰীৰ সৈতে তেওঁলোকক নিমিলাই উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।

উল্লেখযোগ্য এই যে ইয়াৰ পূৰ্বে বক্ৰ পথৰে নিযুক্তি পোৱা নৱনীতা বৰঠাকুৰ, বিদ্যাৰ্থী বৰা আৰু অজন্তা দত্তক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।

সদৌ অসম ছাত্ৰ সন্থাৰ কাকজান আঞ্চলিকে মহাবিদ্যালয়খনৰ কৰ্মচাৰী নিযুক্তি তথা আন্ত:গাঁথনিকে ধৰি বহু ক্ষেত্ৰত সংঘটিত হোৱা দুনীতিৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক জিলা উপায়ুক্তৰ যোগেদি অভিযোগ দিছিল।

সেই অভিযোগৰ ভিত্তিতে যোৱা জুন মাহত তিনিগৰাকীকৈ স্থায়ী আৰু বৰ্তমান ছয় গৰাকীকৈ ঠিকাভিত্তিত কৰ্মৰত কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে অধ্যক্ষগৰাকীলৈ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ পৰা এই বৰ্খাস্ত সন্দৰ্ভত নিৰ্দেশনা প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

সঞ্চালকালয়ৰ এই সিদ্ধান্ত এতিয়া ছাত্ৰ সন্থাই আদৰণি জনাই কেৱল নিযুক্তিৰ অনিয়মতে ব্যস্ত নাথাকি বাকী দূৰ্নীতিসমূহকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd