• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিড পৰিস্থিতিৰ বাবে গভীৰ সংকটত পৰা বাছ মালিকসকলক চৰকাৰৰ ৰাম টাঙোন

চৰকাৰী নিৰ্দেশনাই বিমোৰত পেলাইছে বহু বাছ মালিকক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 16, 2021 3:08 pm
hh
295
VIEWS
Share on FacebookShare on Twitter

সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়ত বন্ধৰ বাবে পানীত হাঁহ নচৰা অৱস্থা এতিয়া ৰাজ্যৰ হাজাৰ হাজৰ বাছ মালিক আৰু কৰ্মচাৰীৰ।

তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি পৰিল চৰকাৰ। ৩০ ছেপ্তেম্বৰৰ ভিতৰত যান-বাহনৰ ব্যৱসায়ীক কৰ আদায় দিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ পিছতে হাহাকাৰ লাগিছে বাছ মালিকসকলৰ মাজত।

দীৰ্ঘদিন ধৰি শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত পৰি আছে শ শ যাত্ৰীবাহী বাছ।

ৰাজ্যত ক’ভিড পৰিস্থিতিৰ বাবে  দীৰ্ঘদিন ধৰি বন্ধ আছিল বাছ চলাচল। যাৰ বাবে বাছৰ ঋণৰ কিস্তি দিয়াত অসুবিধা হোৱাৰ লগতে এখন বাছত নিয়োজিত তিনিজন কৰ্মচাৰী তথা পৰিয়ালক পোহপাল দিয়াৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হৈছে বাছ মালিকসকল।

ইয়াৰোপৰি বহুদিন বাছ সমূহ চলাচল নকৰাৰ বাবে যন্ত্ৰ-পাতি বিকল হৈ পৰিছে।

যাৰ বাবে বাছ মালিক সকলে চৰকাৰক পত্ৰ লিখি আবেদন কৰিছিল বাছৰ ঋণৰ সুত মাফ কৰি দিবলৈ আৰু তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰিবলৈ।

কিন্তু চৰকাৰে এই সকল বাছ মালিকৰ কথাক গুৰুত্ব নিদি অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত কৰ দিবলৈ নিৰ্দেশ দিয়াত চিন্তিত হৈ পৰিছে বাছ মালিক সকল।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd