• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তাৰুণ্যৰ দমনীয় প্ৰদৰ্শন; শ্ৰীলংকাক ৭ উইকেটত পৰাস্ত কৰিলে ধাৱান ব্ৰিগেডে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2021 8:06 am
India -srilanka
249
VIEWS
Share on FacebookShare on Twitter

তিনিখন এদিনীয়া মেচৰ ছিৰিজটোত শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মেচত ৭ উইকেটত বিজয় সাৱ্যস্ত কৰিছে ভাৰতীয় ক্ৰিকেট দলে।

শিখৰ ধাৱানৰ অধিনায়কোচিত বেটিং আৰু নিজৰ অভিষেক মেচত ইষাণ কিষাণৰ দুৰ্দান্ত ইনিংছৰ সহায়ত ভাৰতে ছিৰিজটোত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে।

শিখৰ ধাৱানে ৯৫টা বলত ৮৬ৰাণ কৰাৰ বিপৰীতে ইষাণে ৪২টা বলত কৰে ৫৯ৰাণ।

অৱশ্যে, ভাৰতৰ ইনিংছৰ ভেটি গঢ়ি থৈছিল অপেনাৰ পৃথ্বি শ্ব’ই। আৰম্ভণিতে ধুমুহাৰ সৃষ্টি কৰি শ্ব’ই মাত্ৰ ২৪টা বলত ৪৩ৰাণৰ ইনিংছ খেলে।

শ্ৰীলংকাৰ বলাৰসকলৰ ভিতৰত একমাত্ৰ ধনঞ্জয় ডি ছিলভাই দুটা উইকেট লয়।

শ্ৰীলংকাই প্ৰথমে বেট কৰি নিৰ্দিষ্ট ৫০ অভাৰত ২৬২ ৰাণ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৩৬.৪ অভাৰতে ৩টা উইকেট হেৰুৱাই ২৬৩ৰাণ কৰি বিজয় সাৱ্যস্ত কৰে।

দেওবাৰে অনুষ্ঠিত মেচখনত শিখৰ ধাৱানে এদিনীয়া আন্তৰ্জাতিকত ৬,০০০ৰাণ সম্পূৰ্ণ কৰাৰ কৃতিত্ব অৰ্জন কৰে। ধাৱান হৈছে এদিনীয়াত ৬হাজাৰ ৰাণ কৰা দশমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ।

উল্লেখ্য যে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ তত্ত্বাৱধানত ভাৰতীয় দলৰ এই দমনীয় প্ৰদৰ্শন আগলৈও দেখিবলৈ পোৱা যাব বুলি ক্ৰীড়া বিশেষজ্ঞসকলে ব্যক্ত কৰিছে।

অহা ২০ জুলাইত ছিৰিজৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd