• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিআৰত বহু নতুন গাওঁ  নীতি বহিৰ্ভূতভাবে অন্তৰ্ভূক্তিৰ ষড়যন্ত্ৰ চলিছে, কাৰ অভিযোগ এয়া?

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 22, 2021 9:43 am
bu

প্ৰতিনিধিত্বমূলক ছবি

182
VIEWS
Share on FacebookShare on Twitter

বিটিআৰত বহু নতুন গাওঁ  নীতি বহিৰ্ভূতভাবে অন্তৰ্ভূক্তিৰ ষড়যন্ত্ৰ চলি আছে৷

কোকৰাঝাৰ জিলা আৰু চিৰাং জিলাৰ সীমামূৰীয়া বঙাইগাঁও আৰু ধুবুৰী জিলাৰ বহু গাঁও বি টি আৰৰ অন্তৰ্ভুক্তিৰ অপচেষ্টাত এটা চক্ৰ উঠি পৰি লাগিছে৷

বি টি আৰ চুক্তিৰ নীতি উলংঘা কৰি ধুবুৰী আৰু বঙাইগাঁও জিলাৰ বহুসংখ্যক গাওঁ অন্তৰ্ভূক্তিৰ এই অপচেষ্টাক কোনোপধ্যেই সফল হ’ব দিয়া নহব বুলি হুংকাৰ দিছে সদৌ অসম কোচ ৰাজবংশী যুৱ  ছাত্ৰ সন্মিলনীয়ে৷

সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে বি টি চি গঠনৰ সময়ত বহু এলেকা ষড়যন্ত্ৰমূলক ভাবে বি টি চি চুক্তি উলংঘা কৰি বি টি চিত অন্তৰ্ভুক্ত কৰিছিল আৰু সেই অঞ্চলৰ অনা বড়ো লোকসকল বহু অধিকাৰৰ পৰা বঞ্চিত হৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ জীৱন নিৰ্বাহ কৰি আছে৷

শেহতীয়াকৈ বি টি আৰ চুক্তি মতে বড়ো সংখ্যালঘিষ্ঠ গাঁওসমূহ বি টি আৰৰ পৰা কৰ্তন কৰাৰ উপায় সন্নিবিষ্ট হৈছে৷
সেইমৰ্মে বহু গাঁৱৰ জনতাই কৰ্তনৰ আবেদনো কৰিছে৷

কিন্তু একে সময়তে বড়ো জনবসতি নথকা বা একেবাৰে কম সংখ্যক বড়ো মানুহে বসবাস কৰা গাওঁ কিছুমান অন্তৰ্ভূক্ত কৰাৰ ষড়যন্ত্ৰ উদ্বেগজনক৷

আনকি কমতাপুৰ অটোনমাচ কাউন্সিলৰ চৰকাৰীভাবে নথিভুক্ত বহু গাঁওকো বি টি আৰত অন্তভুৰ্ক্ত কৰাৰ অপচেষ্টা চলি আছে৷

নেতাদ্বয়ে এনে ষড়যন্ত্ৰৰ পৰা আতৰি থাকি বি টি আৰৰ গাওঁ কৰ্তন আৰু আন্তৰ্ভুক্তিৰ বাবে গঠন হোৱা পি পি বাৰ্মা আয়োগক অনুৰোধ জনায় ৷

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd