• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথ পুনৰ কণ্টেইনমেন্ট জিলা, ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
July 22, 2021 12:21 pm
mojk
195
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ স্বাস্হ্য বিভাগে ঘোষণা কৰা নতুন এছ অ’ পিত বিশ্বনাথ জিলাক পুনৰ বাৰ কণ্টেইনমেন্ট জিলা হিচাপে ঘোষণা কৰিছে আৰু যোৱা ২০ জুলাইৰ পৰা বলৱৎ হৈছে।

অৱশ্যে বৰ্তমান বিশ্বনাথ জিলাত কৰোনাৰ সংক্ৰমণ কিছু পৰিমাণে
নিয়ন্ত্ৰণ হোৱা পৰিলক্ষিত হৈছে।

ক’ভিড পজিটিভৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে। উল্লেখ্য যে যোৱা ২৬ জুনৰ পৰা বিশ্বনাথ জিলা টোটেল কন্টেইনমেণ্ট জ’নত আছে ।ইফালে এসপ্তাহৰ বাবে ঘোষণা কৰা এই নতুন নিৰ্দেশনা অনুসৰি টোটেল কণ্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰা জিলা সমূহত বিয়লি ৫ বজালৈকে অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান সমূহ খুলিব পাৰিব যদিও বিশ্বনাথ জিলাত বিশ্বনাথ জিলা প্ৰশাসনৰ পৰা নিজাববীয়াকৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে।

সেই অনুসৰি বিশ্বনাথ জিলাৰ পৌৰ সভাৰ অন্তৰ্গত সকলো গেলামালৰ দোকান বন্ধ থাকিব।

আনহাতে জিলাখনৰ লেহুগাঁও গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ চেল পেট্ৰ’ল পাম্পলৈকে বন্ধ থাকিব গেলামালৰ দোকান সমূহ। আনহাতে পৌৰ সভাৰ বাহিৰৰ এলেকা সমূহৰ গেলামাল দোকান সমুহ দুপৰীয়া ১২ বজালৈকেহে খোলা ৰাখিব পাৰিব।

সম্প্ৰতি ৰাজ্য চৰকাৰে ঘোষণা কৰা এই নতুন এছ অ’ পি সন্দৰ্ভত প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে বিশ্বনাথৰ ৰাইজে।
উল্লেখ্য যে টোটেল কণ্টেইনমেন্ট জিলা হোৱাৰ বাবে বিশ্বনাথৰ দৰিদ্ৰ ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্হা হৈছে।
সামান্য এখন পান তামোলৰ দোকান দি পৰিয়াল পোহপাল দি থকা একাংশৰ এতিয়া জীৱিকা অৰ্জনৰ পথ একেবাৰে স্তব্ধ হৈ পৰিছে। ইফালে বিশ্বনাথ জিলাত এতিয়া পজিটিভ ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে।

তেনেস্হলত খাটি খোৱা ৰাইজৰ কথা চিন্তা কৰিয়েই বিশ্বনাথত কিছু শিথিলতাৰ মত পোষণ কৰিছে ৰাইজে। সামাজিক মাধ্যমতো এই সন্দৰ্ভত ব্যাপক চৰ্চা হৈছে।

আনহাতে যিহেতু আন্তজিলা যাতায়ত বন্ধ হৈ আছে তেনে ক্ষেত্ৰত লখিমপুৰ আৰু শোণিতপুৰ জিলাত অনিয়ন্ত্ৰীত হৈ থকা ক’ৰোনাৰ বাবে বিশ্বনাথ জিলাকো কণ্টেইমেন্ট জিলা হিচাপে ঘোষণা কৰা সন্দৰ্ভত পুণৰ বিবেচনা কৰাৰ বাবে ৰাজ্যৰ স্বাস্হ্য বিভাগক অনুৰোধ জনাইছে বিশ্বনাথবাসীয়ে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd