• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চুপাৰি ব্যৱসায়ী আব্দুল হান্নানৰ কৰ্মচাৰীয়ে অনা অভিযোগ খণ্ডন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

অতদিনে ব্যৱসায় চলাই থকা আব্দুল হান্নানৰ মূৰৰ ওপৰত অসম আৰক্ষী আৰু ৰাজনৈতিক নেতাৰ আৰ্শীবাদ আছিল : ছাত্ৰ মুক্তি

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
July 23, 2021 6:24 am
SMSS press meet

গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

322
VIEWS
Share on FacebookShare on Twitter

চুপাৰি ব্যৱসায়ৰে জড়িত  আব্দুল হান্নান ওৰফে বাবলুৰ সপক্ষে সংবাদ মেল সম্বোধন কৰি বুধবাৰে বাবলুৰ কৰ্মচাৰীয়ে অখিল গগৈয়ে তিনি কোটি টকা দাবী কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগৰ পিছত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাল মেল যোগে উভতি ধৰিলে আব্দুল হান্নান আৰু বাবলুৰ সমৰ্থক কৰ্মচাৰী সকলক।

অখিল গগৈৰ বিৰুদ্ধে তিনি কোটি দাবীৰ অভিযোগ এসপ্তাহৰ ভিতৰত তথ্য প্ৰমাণ সহ দাখিল কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ  শইকীয়াই।

অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৰাইজৰ দল আদালতৰ কাষ চাপিব বুলি সকীয়নী প্ৰদান কৰে।

একেখন সংবাদ মেলতে এনকাউণ্টাৰ সম্পৰ্কত স্থিতি স্পষ্ট কৰে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে।

অভিযুক্তক গ্ৰেপ্তাৰ কৰি তথ্য প্ৰমাণ নোহোৱা কৰিবৰ কাৰণেহে আৰক্ষীয়ে এনকাউণ্টাৰৰ আশ্ৰয় লৈছে বুলি অসম আৰক্ষীৰ বিৰুদ্ধে আন এক অভিযোগ কৰে।

পুঠি খলিহনাক ধৰি ৰৌ বৰালিক ৰক্ষণাবেক্ষণ দিবলৈ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে বুলি আন এক অভিযোগ আনে  বিদ্যুৎ শইকীয়াই ।

অতদিনে ব্যৱসায় চলাই থকা বাবলুৰ মূৰৰ ওপৰত অসম আৰক্ষী আৰু ৰাজনৈতিক নেতাৰ আৰ্শীবাদ আছিল বুলি কয় ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে।

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd