• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ বলমাত পুঠী নদীত ভাগিল ৰিং বান্ধ,কেইবাখনো গাঁও প্লাৱিত, হাহাকাৰ পৰিস্থিতি

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 23, 2021 7:13 pm
ba12
175
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ  টীয়ক ৰাজহ চক্ৰৰ অধীনৰ বলমাৰ পুঠী নদীত নিৰ্মিত ৰিং বান্ধ ভাঙি যোৱাৰ ফলত কেইবাখনো ৰাজহ গাঁৱৰ লগতে কৃষিভূমি প্লাৱিত হৈ পৰে।

গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি ৰিং বান্ধৰ তলেদি পানী যোৱাৰ বাবে খান্দি দিয়াৰ ফলত পানী সোমাই বান্ধটোৰ এটা অংশ পুঠী নদীয়ে ছিঙি পেলায়।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰন্টু ভূঞা, প্ৰীতমজ্যোতি শইকীয়া, সভাপতি পাপু কলিতা, বলমা শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা ভাস্কৰজ্যোতি গগৈ, সভাপতি তন্ময় লাহন, বিষয়ববীয়া বসন্ত লাহন, হীৰক চাংমাই সহিতে ছাত্ৰ সন্থাৰ কৰ্মীসকলে আজি ৰিং বান্ধ ছিঙি যোৱা অঞ্চলত উপস্থিত হৈ স্থানীয় ৰাইজ তথা পঞ্চায়ত প্ৰতিনিধিৰ সৈতে বিষয়টোৰ সম্পৰ্কত আলোচনা কৰে।

টীয়ক আছুৰ উপদেষ্টাদ্বয় ৰন্টু ভূঞা, প্ৰীতমজ্যোতি শইকীয়া আৰু সভাপতি পাপু কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, প্ৰতি বছৰে পুঠী নদীৰ ৰিং বান্ধ ভাঙি বৃহত্তৰ বলমা অঞ্চলৰ ৰাইজক হাৰাশাস্তি কৰি আহিছে।

বহুবাৰ টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা পুঠী নদীৰ ৰিং বান্ধ জলসম্পদ বিভাগৰ দ্বাৰা আঁচনি ৰূপায়ণ কৰি নিৰ্মাণ কৰিবলৈ দাবী জনাই থকা হৈছিল কিন্তু পঞ্চায়ত পুঁজিৰ দ্বাৰাহে প্ৰতিবছৰে এই ৰিং বান্ধ নিৰ্মান কৰে কিন্তু বাৰিষাৰ বাঢ়নী পানীয়ে প্ৰতিবছৰে ৰিং বান্ধ ভাঙি পেলায়।

পুঠী নদীৰ ৰিং বান্ধ জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই।

তাৰ লগতে এই ৰিং বান্ধ ভঙাৰ কাৰণ হিচাপে ৰাজহুৱা যি অভিযোগ উত্থাপিত হৈছে তাৰ ওপৰতো এক তদন্তৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd