• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড্ৰাগছ খুৱাই ভিডিঅ’ কৰি পৰ্ণৰ বাবে ব্লেকমেইলিং বলীউদত সাধাৰণ ঘটনা: শ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2021 7:56 am
4924_6404718_gera_updates

শ্ৰুতি গেৰা।

644
VIEWS
Share on FacebookShare on Twitter

পৰ্ণ কাণ্ডক লৈ উত্তপ্ত হৈ পৰিছে বলীউদ। ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছতে এগৰাকীৰ পাছত আন এগৰাকী অভিনেত্ৰীয়ে মুখ খুলিবলৈ লৈছে।

ৰাজ কুন্দ্ৰাৰ এপৰ ভিডিঅ’ৰ বাবে অভিনেত্ৰী শ্ৰুতি গেৰাকো অভিনয়ৰ প্ৰস্তাৱ দিয়াৰ কথা জানিবলৈ দিছে অবিনেত্ৰীগৰাকীয়ে।

মুম্বাইত বিজ্ঞাপন জগতৰ চিনাকি মুখ শ্ৰুতিক ৱেব ছিৰিজত অভিনয়ৰ বাবে মতা হৈছিল যদিও শ্ৰুতিয়ে সেই প্ৰস্তাৱ নাকচ কৰে।

শ্ৰতিয়ে কয় যে একাধিক কাষ্টিং পৰিচালকৰ পৰা তেওঁলৈ ফোন আহিছিল। সেইসকলৰ নাম তেওঁৰ মনত নাই। তেওঁক ৰাজ কুন্দ্ৰাৰ সৈতে পৰিচয় কৰাই দিয়াৰ কথা কোৱা হৈছিল।

ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছত শ্ৰুতিয়ে কয়,’’আমি সকলোৱে জানিছিলো ৰাজ কুন্দ্ৰা এটা ডাঙৰ নাম। কিন্তু দেখা গ’ল তেওঁ পৰ্ণ বনাইছিল।‘’

‘’বুজিব পাৰিছিলো, ইণ্ডাষ্ট্ৰীৰ ভিতৰত বহু কিবাকিবি চলে। উঠি অহা অভিনেত্ৰীসকলক বলপূৰ্বক ড্ৰাগছ খুৱাই আপোচ কৰিবলৈ বাধ্য কৰোৱা হয়। জোৰ কৰি নিচা কৰাই তেওঁলোকৰ অজ্ঞাতে আপত্তিজনক ভিডিঅ’ তুলি তাৰ পাছত এনে ধৰণৰ পৰ্ণ বা যৌন উত্তেজক ছবিত কাম কৰাৰ বাবে ব্লেকমেইল কৰা হয়। বলীউদত এই ঘটনা তেনেই সাধাৰণ,’’-শ্ৰুতিয়ে কয়।

শ্ৰুতিয়ে লগতে কয় যে কেবল মহিলাকে নহয়, পুৰুষসকলকো এনে ভিডিঅ’ৰ বাবে হেচা দিয়া হয়। তেওঁলোকক এনে অৱস্থাৰ মুখলৈ ঠেলি দিয়া হয় য’ত তেওঁলোকৰ বাবে আৰু কোনো ৰাস্তা নাথাকে।

শ্ৰুতিয়ে উঠি অহা অভিনেতা-অভিনেত্ৰীসকলক দোষ দিয়া উচিত নহয় বুলিও মন্তব্য কৰে।

Recent News

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd