• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন কী বাত! কৰ্মহীন নিৰ্মাণ শ্ৰমিকৰ পৰা ইউটিউবাৰ হিচাপে চাঞ্চল্য সৃষ্টি কৰা কোন এই মুণ্ডা?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2021 12:11 pm
odiya man you tube senation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোটেই দেশতে যোৱা বছৰ কোভিড-১৯ৰ সংক্ৰমণৰ বাবে লকডাউন ঘোষণা কৰাৰ পাছতে উৰিষ্যাৰ চম্বলপুৰৰ এখন আওহতীয়া গাঁওৰ ৩৫ বছৰীয়া ইছাক মুণ্ডাই হেৰুৱালে কাম।

ঘৰত খাদ্যৰ বাবে অপেক্ষা কৰি থকা পত্নী আৰু চাৰিটা সন্তানৰ বাবে হাতত ধন নথকা মুণ্ডাই কাম কৰাৰ বাবে বদ্ধ পৰিকৰ হৈ পৰিল।

Apply Now

সপ্তম শ্ৰেণী উত্তীৰ্ণ মুণ্ডাই ইউটিউবত ভিডিঅ’ আপলোড কৰি ধন উপাৰ্জনৰ কথা চিন্তা  কৰিলে। তেওঁ ইয়াৰ বাবে এটা মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা ৩০০০টকা ঋণ ল’লে আৰু তেওঁৰ ঘৰৰে চম্বৰ আৰু ভাতৰ এটা ভিডিঅ’ আপলোড কৰিলে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত তেওঁ এনেধৰণৰ অধিক ভিডিঅ’ ইউটিউবত আপলোড কৰিবলৈ আৰম্ভ কৰিলে আৰু ইন্টাৰনেটৰ চাঞ্চল্যকাৰী হিচাপে পৰিচিত হৈ পৰিল। এই ভাইৰেল ভিডিঅ’বোৰে ছচিয়েল মিডিয়াৰ পৰা তেওঁক লক্ষাধিক টকা আনি দিলে।

দেওবাৰে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতত তেওঁ হঠাতে ইউটিউবত খ্যাতি অৰ্জন কৰাৰ বাবে প্ৰশংসা লাভ কৰিলে। মোদীয়ে ক’লে যে উৰিয়া জনজাতীয় যুৱকজনে সংস্কৃতিৰ উদযাপনেৰে তথা ৰন্ধন প্ৰণালীৰে সকলোকে অনুপ্ৰাণিত কৰিছে।

আনন্দিত হৈ পৰা মুণ্ডাই কেতিয়াও ভৱা নাছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভিডিঅ’ সম্পৰ্কত মন্তব্য কৰিব। বাবুপলিৰ ইঠাক মুণ্ডাই এতিয়া অধিক ভিডিঅ’ আপলোড কৰিব বুলি জানিবলৈ দিছে।

যোৱা বছৰৰ ২৬ মাৰ্চত মুণ্ডাই তেওঁৰ প্ৰথমটো ভিডিঅ’ ইউটিউবত আপলোড কৰিছিল।

কাম হেৰুওৱাৰ পাছত তেওঁ মোবাইলত ভিডিঅ’ চাই থকাৰ মাজতে এটা ভিডিঅ’ত চকু পৰিল। ভিডিঅ’টোত এজন ব্যক্তিয়ে ভিডিঅ’ বনাই ইউটিউবত আপলোড কৰি ধন উপাৰ্জনৰ পৰামৰ্শ দিছিল। তেওঁ মনোযোগেৰে ভিডিঅ’টো চাইছিল আৰু এটা প্ৰচেষ্টা চলোৱাৰ কথা চিন্তা কৰিছিল।

তাৰ পাছতে তেওঁ ‘ইছাক মুণ্ডা ইটিং’ বুলি এটা ইউটিউব চেনেল খুলি ৩ৰ পৰা ৭ মিনিটৰ দৈৰ্ঘৰ ভিডিঅ’ ক্লিপ প’ষ্ট কৰা আৰম্ভ কৰিলে য’ত তেওঁক কেঁচা জলকীয়াৰে পন্তা ভাত খোৱা বা কেতিয়াবা মাটন তথা চিকেন কাৰী খোৱা দেখা গৈছে।

তেওঁৰ প্ৰথমটো চম্বৰ-ভাত খোৱা ভিডিঅ’ই ৭.৭লাখ ভিউ পাইছে যিটো এতিয়ালৈকে তেওঁৰ আটাইতকৈ জনপ্ৰিয় ভিডিঅ’। তেওঁৰ ভিডিঅ’সমূহ ৬০হাজাৰৰ পৰা ৭লাখলৈ ভিউ পোৱা দেখা গৈছে।

বেছিভাগ ভিডিঅ’তে তেওঁ পত্নী, এগৰাকী ৮বছৰীয়া কন্যা, এজন ৬বছৰীয়া পুত্ৰ, এগৰাকী ৫বছৰীয়া কন্যা আৰু এজন ৩বছৰীয়া কন্যাৰ সৈতে মাছৰুমৰ তৰকাৰী, কণীৰ তৰকাৰী, মাছৰ আঞ্জা, বিলাহীৰ আঞ্জাৰে ভাত খোৱা দেখা গৈছে।

যোৱা বছৰ জুলাই মাহত মুণ্ডাৰ দৰিদ্ৰতাৰ অন্ত পৰে যেতিয়া ইউটিউবৰ পৰা তেওঁৰ একাউন্টত ৩৭,০০০টকা জমা হয়। এমাহ পাছতে মানুহে তেওঁৰ ভিডিঅ’বোৰ ভাল পাবলৈ আৰম্ভ কৰাত তেওঁ ৫লাখ টকা লাভ কৰে।

ইউটিউবৰ পৰা লাভ কৰা টকাৰে মুণ্ডাৰ জীৱনলৈ পৰিৱৰ্তন আহিল। পৰিয়ালৰ বাবে এটা পকী ঘৰ সজালে আৰু তাত নতুন আচবাব পত্ৰ ৰাখিলে।

বৰ্তমান মুণ্ডাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ ৭.৭লাখতকৈয়ো অধিক যিটো কেইটামান উৰিয়া নিউজ চেনেলতকৈয়ো বেছি। বৰ্তমান তেওঁ মাহে প্ৰায় ২লাখ টকা উপাৰ্জন কৰে আৰু তাৰ পৰাই মাজে সময়ে আত্মীয়-স্বজনকো হায় কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd