• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঈশান উদয় জলপানিৰ নামত ৰাজ্যত আকৌ কেলেংকাৰি! জলপানি প্ৰদান কৰি থকা প্ৰতিষ্ঠানৰ অস্তিত্বকলৈ সন্দেহ

বৰপেটাৰ ভিক্টোৰিয়া ইণ্টাৰ কলেজ সন্দৰ্ভত অনুসন্ধান চলোৱাৰ দাবী চৰকাৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2021 4:14 pm
Assam-Govt-

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ববিদ্যালয় অনুদান আয়োগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক ভাবে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰাৰ বাবে আৰম্ভ কৰা ঈশান উদয় জলপানি আঁচনিত পুনৰ এক বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।
চলিত বৰ্ষৰে ফেব্ৰুৱাৰী মাহত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ ভুৱা তালিকাৰে মহাবিদ্যালয় খনৰ এজন কৰ্মচাৰীয়ে ১ কোটিৰো অধিক টকা সৰকাই নিয়াৰ তথ্য পোহৰলৈ অহাৰ পিছত এইবাৰ একে খন জিলাতেই তদ্ৰুপ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি বৰপেটা জিলাৰ ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ শৈক্ষিক প্ৰতিষ্ঠান খনত ঈশান উদয় জলপানি আঁচনিৰ নামত প্ৰস্তুত কৰা শিক্ষাৰ্থীৰ তালিকাত ব্যপক বিসংগতি দেখা গৈছে।

Apply Now

শিক্ষাৰ্থীৰ নাম, পঞ্জীয়ন নম্বৰ আদিৰ ক্ষেত্ৰত ব্যাপক বিসংগতি দেখা যোৱা শিক্ষানু্ষ্ঠান খনৰ দুই শতাধিক শিক্ষাৰ্থীক ঈশান উদয় জলপানি প্ৰদান কৰা দেখুওৱা হৈছে।

অথচ ৰাজ্যৰ ৭ খন আগশাৰীৰ শিক্ষানুষ্ঠান ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ব বিদ্যালয়,অসম অভিযান্ত্ৰিক মহাবিদ্যালয়,জেইচি,বি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তেজপুৰ বিশ্ব বিদ্যালয়ত ঈশান উদয় জলপানি লাভ কৰা মুঠ শিক্ষাৰ্থীৰ সংখ্যা হৈছে ১৮৪ গৰাকী।

ইয়াৰ বিপৰীতে কেৱল  বৰপেটাৰ  ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ শৈক্ষিক প্ৰতিষ্ঠান খনত ঈশান উদয় জলপানি লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা দুই শতাধিক হোৱাৰ কথাই বিষয়টোক সন্দেহৰ মাজলৈ ঠেলি দিছে।

একে নামৰ বহু কেইগৰাকী শিক্ষাৰ্থীৰ নামত জলপানি দিয়াৰ কথায়ো সন্দেহৰ উদ্ৰেক ঘটাইছে।

তাতোকৈ আচৰিত কথাটো হ’ল ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ শৈক্ষিক প্ৰতিষ্ঠান  এখন প্ৰকৃততে বৰপেটাত আছেনে নাই তাকেলৈয়ো সন্দেহৰ অৱতাৰণা হৈছে।

কিয়নো এনে কোনো শৈক্ষিক প্ৰতিষ্ঠানৰ তথ্য গুগল অথবা গুগল মেপত পোৱা হোৱা নাই।

সেয়ে সচেতন মহলৰ মাজত এইবুলি আলোচনা হৈছে যে ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ  শৈক্ষিক প্ৰতিষ্ঠান থকাৰ কথা দেখুৱাই হয়তো কোনো দুষ্ট চক্ৰই  ঈশান উদয় জলপানিৰ কোটি কোটি টকা সৰকাই আছে।

উল্লেখ্য বিশ্ববিদ্যালয় অনুদান আয়োগে আগবঢ়োৱা  ঈশান উদয় জলপানিত প্ৰতিগৰাকী হিতাধিকাৰী শিক্ষাৰ্থীক ( সাধাৰণ স্নাতক শাখাৰ)মাহে ৫,৪০০ টকাকৈ অৰ্থাৎ বছৰত ৬৪,৮০০ টকাকৈ আগবঢ়োৱা হয়।

একেদৰে কাৰিকৰী তথা  চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীক মাহে ৭,৮০০ টকাকৈ আগবঢ়োৱা হয়।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে অহা জলপানিৰ প্ৰায় ১ কোটি টকা ২৯১ গৰাকী ভুৱা শিক্ষাৰ্থীৰ তালিকাৰে সৰকাই নিয়াৰ তথ্য পোহৰলৈ আহিছিল।

বৰপেটাৰ  ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ শৈক্ষিক প্ৰতিষ্ঠান খনৰ ক্ষেত্ৰতো  ঈশান উদয় জলপানিৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱা বুলি বহুতে সন্দেহ কৰিছে।

চৰকাৰে  ভিক্টোৰিয়া ইণ্টাৰ কলেজ নামৰ  কোনো শৈক্ষিক প্ৰতিষ্ঠান  আছেনে নাই সেয়া অনুসন্ধান কৰিলেই জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলি বহুতে মন্তব্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm
২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd