• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমান্তৰ সংঘৰ্ষত ড্ৰাগছ কানেকশ্যন! কিয় মিজোৰ এই আগ্ৰাসী আচৰণ?

থাকি গ’ল সন্দেহ! দেহত পাঁচটা গুলি লগা আৰক্ষী অধীক্ষকে চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 27, 2021 8:58 pm
Assam -Mizoram clash
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি অসম আৰু মিজোৰাম সীমান্তত সংঘটিত বিবাদ যদিও দেখাত সীমাকেন্দ্ৰিক আছিল তথাপি তাত ড্ৰাগছৰ কানেকশ্যন থাকিব পাৰে নেকি?

কিয়নো মুখ্যমন্ত্ৰীৰ কথাতো তাৰ গোন্ধ পোৱা গ’ল।

Apply Now

বিভিন্ন প্ৰসংগ উত্থাপন কৰি থকাৰ মাজতেই এগৰাকী সাংবাদিকে এই ঘটনাৰ সৈতে ড্ৰাগছৰ সৰবৰাহৰ কিবা সম্পৰ্ক থাকিব পাৰে নেকি বুলি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,  ‘বহুদিনৰ পৰা বহু দুষ্কাৰ্য্য চলি আছিল। বহু লোক আছে যি এতিয়াও ম্যানমাৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি আছে, তেওঁলোকে মিজোৰামত প্ৰৱেশ কৰিছে। তাৰে কিছু অংশ ডিমা-হাচাওলৈকে যাব বিচাৰিছিল। কিন্তু আমি বাধা দি ৰাখিলো।‘

মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰভাৱে সন্দেহ প্ৰকাশ কৰি কয় যে ‘মিজোৰাম হৈ ড্ৰাগছ পাৰ কৰি নিয়া এক পথ আছে। বৰাক উপত্যকা, মিজোৰাম আৰু অসমৰ যোগেদি সীমা পাৰ হৈ পঞ্জাৱলৈকে যায় আৰু মিজোৰামৰ মাজেদি বৰাক উপত্যকা হৈ অসমলৈ ড্ৰাগছৰ সৰবৰাহ হৈছিল। কিন্তু আমি ড্ৰাগছ সৰবৰাহৰ সেই যোগসূত্ৰডাল কাটি দিছো। আমি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছো।‘

ইয়াৰোপৰি, দ্বিতীয়তে গৰু সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে বিধানসভাত এখন আইন প্ৰস্তুত কৰিছিল বুলি উল্লেখ কৰি লগতে কয়, ‘যিটোৱে একাংশ লোকক বহুত ক্ষুব্ধ কৰি তুলিছে। কিন্তু মই এইটো আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ নহয় বুলি ভাবো।‘

কালিৰ ঘটনাটোৰ বাবে ড্ৰাগছ সৰবৰাহ আৰু গৰু সৰবৰাহ বন্ধ কৰাটোত এটা প্ৰশ্নবোধক থাকি গ’ল।

তেওঁ লগতে কয়, ‘ড্ৰাগছ আৰু গৰু মাংসৰ নাটনিৰ কথা মুখে মুখে শুনি আছে। এইবোৰেই একো একোটা কাৰণ যিটোৱে মিজোৰামৰ কিছু সাধাৰণ নাগৰিকক উচটনি যোগাইছে। সেইকাৰণে কিছুসংখ্যক নাগৰিকে হাতত অস্ত্ৰও লৈ থকা দেখিবলৈ পোৱা গৈছে। আশা কৰো, মিজো আৰক্ষীয়ে এই দিশটো ভালদৰে মনোযোগ দিব।‘

‘অসমত দুই-তিনিমাহ কিছুমান কথা চলি আছে যাৰ কিছুমান পৰিণাম আছে, সেয়েহে মিজোৰামৰ নাগৰিকসকলেও কালি অংশগ্ৰহণ কৰিছে বুলি সন্দেহ হয়।‘ শৰ্মাই সন্দেহ প্ৰকাশ কৰি কয়।

ইপিনে, ‘মই এইটোৱে কাৰক বুলি একেমুখে নকওঁ’ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘কিন্তু এই ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ প্ৰয়োজন আছে।‘

উল্লেখযোগ্য যে, ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ কালিৰ গুলিচালনাত গুৰুতৰভাৱে আহত হৈছিল। তেওঁৰ দেহত পাঁচটাকৈ গুলি লাগিছিল আৰু তেওঁক বৰ্তমান উন্নত চিকিৎসাৰ বাবে মুম্বাইৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

নিম্বলকাৰে মুখ্যমন্ত্ৰীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই কাছাৰ জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছমুক্ত অসম গঢ় দিয়াৰ যাত্ৰাত অংশীদাৰ হৈছিল। কিন্তু কালিৰ ঘটনাটোত তেওঁৰ দেহত লগা পাঁচটাকৈ গুলীয়ে সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ লগতে সন্দেহৰ কিছু অৱকাশ ৰাখি গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd