• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চক ডে ইণ্ডিয়া! টকিঅ’ত ৫৭বছৰ পুৰণি ইতিহাসৰ পুনৰাবৃত্তি ঘটালে ভাৰতীয় হকী দলে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2021 3:21 pm
Hocky India
356
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ত ৫৭ বছৰ পুৰণি ইতিহাসৰ পুনৰাবৃত্তি ঘটিল। ১৯৬৪চনত টকিঅ’ অলিম্পিকত প্ৰথমবাৰ ভাৰতীয় দলে যি কৃতিত্ব দাঙি ধৰিছিল সেয়া ২০২১ত পুনৰাবৃত্তি ঘটালে দলটোৱে।

অৱশ্যে সেইবাৰ এইটো একেবাৰে স্বাভাৱিক বিষয় হিচাপে বিবেচিত হোৱাৰ বিপৰীতে এইবাৰ সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে।

১৯৬৪ৰ টকিঅ’ অলিম্পিকৰ ফিল্ড হকীত প্ৰথমবাৰ ডিফেণ্ডিং চেম্পিয়নক পৰাজিত কৰিছিল ভাৰতে।

১৯৬০চনৰ ৰোম অলিম্পিকত পাকিস্তানে লাভ কৰিছিল সোণৰ পদক। ১৯৬৪চনত টকিঅ’ত ফাইনেলত পূৰ্বৰ চেম্পিয়ন পাকিস্তানক ১-০গলত পৰাজিত কৰি খিতাপ পুনৰুদ্ধাৰ কৰিছিল ভাৰতে।

উল্লেখ্য যে পাকিস্তানে ৰোমত সোণৰ পদক জয় কৰাৰ পূৰ্বৰ ৬খন অলিম্পিকত চেম্পিয়ন আছিল ভাৰত।

এইবাৰ চলিত টকিঅ’ অলিম্পিকৰ গ্ৰুপ মেচত ভাৰতে যোৱাবাৰৰ চেম্পিয়ন আৰ্জেন্টিনাক ৩-১গলত পৰাজিত কৰিছে। সেইদৰে, ইয়াকে লৈ দ্বিতীয়বাৰ অলিম্পিকত ডিফেণ্ডিং চেম্পিয়নক পৰাস্ত কৰাৰ কৃতিত্ব ৰচিলে ভাৰতীয় হকী দলে।

অলিম্পিকত ১৯৮০ৰ পাছত ভাৰতীয় হকী দলে সফলতা লাভ কৰা নাই। সেয়ে, এইবাৰ ২০১৬ৰ ৰিঅ’ অলিম্পিকৰ সোণৰ পদক বিজয়ী আৰ্জেন্টিনাক পৰাজিত কৰি বিশেষ গুৰুত্ব লাভ কৰিছে ভাৰতীয় হকী দলে।

ভাৰতে ইতিমধ্যে টকিঅ’ অলিম্পিকৰ ৪খন গ্ৰুপ মেচৰ তিনিখনতে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

Recent News

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd