• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আজৱ কাণ্ড; বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে প্ৰাথমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত কৰিলে বৰিং

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2021 8:36 pm
Boring infront of primary school

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জালুকবাৰী সমষ্টিৰ পাণ্ডু ৪ নং ৱাৰ্ডস্থিত গোলাৱ চন্দ মন্না লাল চৰকাৰী হিন্দী প্ৰাথমিক বিদ্যালয়ত জনস্বাস্থ্য কাৰিকৰী (পাব্লিক হেল্থ) বিভাগৰ আজৱ কাণ্ড।

বিদ্যালয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে বিদ্যালয় চৌহদ তথা বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ লগতে পানী যোগানৰ ৫০০ ফুটৰ বৰিং কৰিলে বিভাগটোৱে। ইয়াকে লৈ অঞ্চলটোৰ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Apply Now

অঞ্চলটোৰ সচেতন মহলৰ মতে ১৯৫১ চনত স্থাপিত চৰকাৰী বিদ্যালয় খনত বৰ্তমানো প্ৰায় ডেৰশ কণ কণ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

ক’ভিড মহামাৰী আৰু প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বিদ্যালয় খন বৰ্তমান বন্ধ হৈ আছে আৰু এনে সময়তে বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত এই ঘটনা সংঘটিত কৰিছে বিভাগটোৱে।

সচেতন মহলৰ অভিযোগ মতে পানী যোগানৰ বাবে উক্ত ঠাইখিনিত বৈদ্যুতিক মটৰ আদিকে ধৰি অন্যান্য সামগ্ৰী স্থাপন কৰা হব যিয়ে বিদ্যালয় খনৰ চৌহদটো ঠেক কৰাৰ লগতে বিদ্যালয় খনৰ পৰিবেশো বিনষ্ট কৰিব।

তদুপৰি, বিদ্যালয় খোলাৰ পিছত যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে। এই সন্দৰ্ভত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্ৰী চোৱালা বড়ো আৰু পৰিচালনা সমিতিৰ সভাপতি আশা দেৱীয়ে ঘটনা সন্দৰ্ভত তেওঁলোকৰ পৰা কোনোৱে অনুমতি লোৱা নাই বুলি প্ৰকাশ কৰে।

আনহাতে, সচেতন মহলে ঘটনা সন্দৰ্ভত শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়।

এই সন্দৰ্ভত বিদ্যালয়খনৰ সৈতে জড়িত বিশিষ্ট সমাজকৰ্মী শংকৰ লাল পাৰিকে কয় যে বিদ্যালয়খনৰ এখন দেৱাল ভাঙি প্ৰৱেশদ্বাৰৰ কাষতে বৰিং কৰাটো সঁচাকৈয়ে এক আচৰিত কাণ্ড।

কন কন ছাত্ৰ-ছাত্ৰীসকলৰ কথা ভাৱি নোচোৱাকৈ এনেদৰে দুৰ্ঘটনাৰ আশংকা থকা কাম কৰাৰ বিষয়ে অভিযোগ কৰাৰ পাছতো তেওঁলোকে কানসাৰ নিদিলে বুলি অভিযোগ কৰে পাৰিকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd