• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কত আন্ত:জিলা যাতায়াত বন্ধৰ বাবে মৃত্যু এজনৰ; ক্ষোভিত ৰাইজে জ্বলালে প্ৰশাসনৰ বাঁহৰ লাং

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 30, 2021 7:27 am
Teok people in anger

ফটো: নৰ্থইষ্ট নাও।

251
VIEWS
Share on FacebookShare on Twitter

কভিড ৰুধিবলৈ চৰকাৰে ঘোষণা কৰা SOP অনুসৰি আন্ত: জিলা যাতায়াত বন্ধৰ ৰখাৰ বাবে যোৰহাট আৰু শিৱসাগৰৰ জিলাৰ সীমামূৰীয়া অঞ্চল চিন্তামণিগড়ৰ আৰু ১ নং চিন্তামণিগড়ৰ গাঁৱৰ মাজত বাঁহৰ লাং বান্ধি যোৰহাট জিলা প্রশাসনে বন্ধ কৰি ৰাখিছিল আন্ত:জিলা যাতায়ত।

ঘটনাৰ বিবৰণী মতে ১ নং  চিন্তামণিগড়ৰ মোলাৰাম গায়ন নামৰ ৪৮ বছৰীয়া এজন ব্যক্তি আজি কিছুদিনৰে পৰা এক ৰোগত আক্ৰান্ত হৈ আছিল ৷

ৰাইজৰ অভিযোগ অনুসৰি বৃহস্পতিবাৰে ৰোগীজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে চিকিৎসালয়লৈ বুলি পৰিয়ালৰ লোকে লৈ অহাৰ সময়তে সীমাত থকা বাঁহৰ লাং ডালৰ বাবে ৰোগীজনক পাৰ কৰি নিবলৈ প্ৰথম অৱস্থাত প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰে।

ফলত ৰোগীগৰাকীক চিকিৎসালয় নিয়াত বহু পলম হয় আৰু বাটতে ৰোগী মোলৰাম গায়নৰ মৃত্যু হয়।

ৰোগীজনৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ উত্তপ্ত হৈ পৰে আৰু বাঁহৰ লাং জ্বলাই পেলোৱাৰ লগতে যোৰহাট জিলা প্ৰশাসন মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ।

অৱশ্যে পৰৱৰ্তী সময়ত ভগামুখ আৰু গৌৰিসাগৰ আৰক্ষীৰ যৌথ সহযোগত পৰিস্থিতি শান্ত হয়।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd