• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিটিআৰত বহু নতুন গাওঁ  নীতি বহিৰ্ভূতভাবে অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰৰ অভিযোগ

পি পি বাৰ্মা আয়োগক বিষয়টো পৰীক্ষা কৰি চোৱাৰ আহ্বান

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 30, 2021 2:17 pm
BTC-saecretariat

প্ৰতিনিধিতঊমূলক ছবি

203
VIEWS
Share on FacebookShare on Twitter

বিটিআৰত বহু নতুন গাওঁ  নীতি বহিৰ্ভূতভাবে অন্তৰ্ভুক্তিৰ ষড়যন্ত্ৰ চলি আছে৷ কোকৰাঝাৰ জিলা আৰু চিৰাং জিলাৰ সীমামূৰীয়া বঙাইগাঁও আৰু ধুবুৰী জিলাৰ বহু গাঁও বি টি আৰৰ অন্তৰ্ভুক্তিৰ অপচেষ্টাত এটা চক্ৰ উঠি পৰি লাগিছে৷

বি টি আৰ চুক্তিৰ নীতি উলংঘা কৰি ধুবুৰী আৰু বঙাইগাঁও জিলাৰ বহুসংখ্যক গাওঁ অন্তৰ্ভূক্তিৰ এই অপচেষ্টাক কোনোপধ্যেই সফল হ’ব দিয়া নহব বুলি হুংকাৰ দিছে সদৌ অসম কোচ ৰাজবংশী যুৱ  ছাত্ৰ সন্মিলনীয়ে৷

সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে বি টি চি গঠনৰ সময়ত বহু এলেকা ষড়যন্ত্ৰ মূলক ভাবে বি টি চি চুক্তি উলংঘা কৰি বি টি চিত অন্তৰ্ভুক্ত কৰিছিল আৰু সেই অঞ্চলৰ অনা বড়ো লোকসকল বহু অধিকাৰৰ পৰা বঞ্চিত হৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ জীৱন নিৰ্বাহ কৰি আছে৷

শেহতীয়াকৈ বি টি আৰ চুক্তি মতে বড়ো সংখ্যালঘিষ্ঠ গাঁওসমূহ বি টি আৰৰ পৰা কৰ্তন কৰাৰ উপায় সন্নিবিষ্ট হৈছে৷
সেইমৰ্মে বহু গাঁৱৰ জনতাই কৰ্তনৰ আবেদনো কৰিছে৷

কিন্তু একে সময়তে বড়ো জনবসতি নথকা বা একেবাৰে কম সংখ্যক বড়ো মানুহে বসবাস কৰা গাওঁ কিছুমান অন্তভুৰ্ক্ত কৰাৰ ষড়যন্ত্ৰ উদ্বেগজনক৷ আনকি কমতাপুৰ অটোনমাচ কাউন্সিলৰ চৰকাৰীভাবে নথিভুক্ত বহু গাঁওকো
বি টি আৰত অন্তভুৰ্ক্ত কৰাৰ অপচেষ্টা চলি আছে৷ নেতাদ্বয়ে এনে ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকি বি টি আৰৰ গাওঁ কৰ্তন আৰু অন্তৰ্ভুক্তিৰ বাবে গঠন হোৱা পি পি বাৰ্মা আয়োগক অনুৰোধ জনায় ৷

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd