• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেতিয়া খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ? তাৰিখ প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2021 6:44 pm
Ranoj-pegu
552
VIEWS
Share on FacebookShare on Twitter

কোভিড পৰিস্থিতিৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ।

দেশৰ আন বহু ৰাজ্যত আগষ্ট মাহৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত লোৱা হৈছে। অসমত কেতিয়া শিক্ষানুষ্ঠান খোলা হ’ব তাকেলৈ বহুতৰে মনত প্ৰশ্নৰ উদয় হৈ আহিছে।

এনে সময়তে আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজ্যৰ শিক্ষানুষ্ঠান খোলাৰ সাম্ভাৱ্য তাৰিখ ঘোষণা কৰিলে। শিক্ষামন্ত্ৰী পেগুৱে কয় যে ৰাজ্যৰ কোভিড পৰিস্থিতি বৰ্তমান বহু খিনি উন্নত হৈছে সেই বাবে ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত নৱম-দশম আৰু দ্বাদশ শ্ৰেণীসমূহ খোলাৰ কথা চিন্তা কৰা হৈছে।

ইয়াৰ বাবে নিৰ্দিষ্ট এছঅ’পি প্ৰস্তুতৰ কাম চলি আছে বুলি তেওঁ কয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালেও নামভৰ্তিৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধা নহয় বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে অভয় প্ৰদান কৰে।

চৰকাৰী স্বীকৃতি নথকা বিদ্যালয়ত নামভৰ্তি কৰাৰ সলনি চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তি কৰিবলৈ শিক্ষামন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

তেওঁ কয় যেএইবাৰ উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা বাবে বহু ঠাইত যধে-মধে বহু জুনিয়ৰ কলেজৰ জন্ম হৈছে।

তেনে স্বীকৃতি নথকা অনুষ্ঠানৰ সলনি চৰকাৰী বিদ্যালয়ক নামভৰ্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ তেওঁ আহ্বান জনায়।

Recent News

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd