• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফোন টেপিং বিতৰ্ক: NSOই সাময়িকভাৱে ব্লক কৰিলে বিশ্বৰ কেইবাখনো চৰকাৰৰ ক্লায়েন্টৰ পেগাছাছৰ এছেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2021 8:24 am
5447a760-f0f6-11eb-9f30-df0bb5c882fe_1627670593239
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ স্পাইৱেৰ ছফটৱেৰ কোম্পানী NSO গ্ৰুপে সম্ভাৱ্য অপব্যৱহাৰৰ অনুসন্ধানৰ সময়ত বিশ্বৰ কেইবাখনো দেশৰ চৰকাৰৰ ক্লায়েন্টে ব্যৱহাৰ কৰা পেগাছাছ স্পাইৱেৰ সাময়িকভাৱে ব্লক কৰি দিছে।

বাতৰি অনুসৰি, ইজৰাইলৰ চৰকাৰী সংস্থাই বুধবাৰে NSO গ্ৰুপৰ একাংশ কাৰ্যালয়ত তালাচী চলোৱাৰ পাছত কোম্পানীটোৰ বিৰুদ্ধে অপব্যৱহাৰৰ অবিযোগৰ এক তদন্ত আৰম্ভ কৰিছিল।

Apply Now

NSO ৰ পেগাছাছ স্পাইৱেৰ সাংবাদিক, মানৱ অধিকাৰ কৰ্মী, ৰাষ্ট্ৰৰ মুৰব্বীকে ধৰি বিভিন্নজনৰ টেলিফোন হেক কৰি চোৰাংচোৱাগিৰি কৰাত ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

বাতৰিত কোৱা হৈছে যে একাংশ ক্লায়েন্টৰ ওপৰত তদন্ত আৰম্ভ কৰা হৈছে আৰু ইয়াৰে কিছুমানক সাময়িকভাৱে নিলম্বিত কৰি ৰখা হৈছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰনৰ বিৰুদ্ধে স্পাইৱেৰ ব্যৱহাৰ কৰাৰ বাতৰি ওলোৱাৰ পাছতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী বেনি গেন্টজে বুধবাৰে পেৰিচত উপস্তিত হয়।

গেন্টজে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্ল’ৰেন্স পাৰ্লিক জনায় যে ইজৰাইলে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে।

উল্লেখ্য যে বিশ্বজুৰি জোকাৰণিৰ সৃষ্টি কৰা ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিং বিতৰ্কৰ মাজতে ইজৰাইলৰ চৰকাৰে এই বিষয়ত অনুসন্ধান কৰিবলৈ টাস্ক ফোৰ্চ গঠন  কৰিছিল।

ইয়াৰ পিছতে NSO (Niv, Shalev and Omri, কোম্পানীটোৰ তিনি প্ৰতিষ্ঠাপকৰ নামেৰে ৰখা হৈছে এই নাম) ৰ কাৰ্যালয়ত ইজৰাইলৰ চৰকাৰে শেহতীয়াকৈ তালাচী চলাইছিল।

ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগে NSO ৰ কাৰ্যালয়ত তালাচী চলোৱাৰ পিছতে কোম্পানীটোৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে চৰকাৰৰ এনে তালাচীয়ে কোম্পানীটো সন্দৰ্ভত সৃষ্টি হোৱা ভুল ধাৰণা আঁতৰ কৰাত সহায় কৰিব।

কোম্পানীটোৱে যে কোনো জালিয়াতিৰ আশ্ৰয় লোৱা নাই সেই কথা এই তালাচীতেই প্ৰমাণ হ’ব বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছিল।

উল্লেখ্য ইজৰাইলৰ এখন চাইবাৰ ফাৰ্মে যোগান ধৰা স্পাইৱেৰ পেগাছাছৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত ফোন টেপিঙৰ অভিযোগ উঠিছে।

কেৱল ভাৰততে ৩০০ ৰো অধিক ফোন টেপ কৰা হৈছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰো বহু লোকৰ ফোন টেপ কৰাৰ কথা পোহৰলৈ আহিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ বিশ্বতে ইজৰাইলক বহুতে সন্দেহৰ দৃষ্টিৰে চাবলৈ লৈছে।

ফ্ৰান্সৰ Le Monde কাকতত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ইজৰাইলৰ প্ৰতিষ্ঠানটোৱে পেগাছাছ স্পাইৱেৰ বিশ্বৰ আন দেশক বিক্ৰী কৰাৰ ক্ষেত্ৰত ইজৰাইলৰ চৰকাৰৰ সৈতে কোনো চুক্তি কৰা নাছিল।

সেই দিশৰ পৰা পেগাছাছ বিতৰ্কৰ সৈতে ইজৰাইলৰ চৰকাৰ পোনপটীয়াকৈ জৰিত নহয়।

চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত ইজৰাইল চৰকাৰৰ সৈতে বিশ্বৰ বহু কেইখন দেশে ইতিমধ্যে চুক্তি কৰি থৈছে বুলিও কাকত খনত প্ৰকাশ পাইছিল।

সেইবাবেই পেগাছাছ বিতৰ্কত এতিয়া স্বাভাৱিকতে অস্বস্তিত পৰিছে ইজৰাইলৰ চৰকাৰ। NSO কাৰ্যালয়ত চলোৱা তালাচীত কেনে তথ্য উদ্ধাৰ হ’ল সেই বিষয়ত ইজৰাইলৰ চৰকাৰে এতিয়ালৈকে তথ্য ৰাজহুৱা কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd