• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষমতাৰ মোহ এৰেনো কেনেকৈ? মুখ্যমন্ত্ৰীৰ বিৰোধী শূন্য চক্ৰান্তত ভৰি থৈ হাত এৰি পদুম তুলি ল’লে সুশান্তই

‘ভবাই নাছিলো ৩০ বছৰৰ পাছত কংগ্ৰেছ এৰিবলগীয়া হ’ব বুলি’ সুশান্ত বৰগোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 1, 2021 6:11 pm
kppp
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি এতিয়া শাসনত আছে তাতে আকৌ মুখ্যমন্ত্ৰীৰ চকীত ড০ হিমন্ত বিশ্ব শৰ্মা এনে ক্ষেত্ৰত ক্ষমতাৰ মোহ এৰেনো কেনেকৈ?

মুখ্যমন্ত্ৰীৰ বিৰোধী শূন্য কৰাৰ চক্ৰান্তত হাত উজান দি মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মীৰ পাছতে কংগ্ৰেছ এৰি গাত গেৰুৱা বসন পিন্ধিলে থাওৰাৰ সুশান্ত বৰগোহাঁইয়ে।

Apply Now

আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত হেঙেৰাবাৰীস্থিত বিজেপি ভৱনত গাত গেৰুৱা বসন পিন্ধিলে সুশান্তই।

যোগদান কৰাৰ পাছত ভাষণ প্ৰদান কৰি সুশান্ত বৰগোহাঁইয়ে কয় ‘‘ভবাই নাছিলো ৩০ বছৰৰ পাছত কংগ্ৰেছ এৰিবলগীয়া হ’ব।মই কংগ্ৰেছ দল ত্যাগ কৰিছো গতিকে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ কি আছে নাই সেয়া এই মুহূৰ্তত কব বিচৰা নাই। কংগ্ৰেছ দল আগুৱাই যোৱাটোৱেই বিচাৰো।‘

কংগ্ৰেছ আৰু AIUDF দলৰ মিত্ৰতা সন্দৰ্ভত কওঁ ‘অসমত অসমীয়া ৰাইজে সেই মিত্ৰতা নস্যাৎ কৰিছে আৰু মই তেতিয়াও কৈছিলো যদি মিত্ৰতা নহ’লহেঁতেন উজনি অসমত কংগ্ৰেছৰ আসন বাঢ়িলহেঁতেন।‘

‘মই বি জে পি ত যোগদান কৰিছো কিছু সংখ্যক মোৰ সমষ্টিৰ ৰাইজে দুখ কৰিব কিন্তু মোৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয় সমষ্টিৰ উন্নয়নৰ বাবেহে বি জে পি ত যোগদান কৰিছো।‘ সুশান্তই এইদৰে কয়।

তেওঁ লগতে কয় ‘যদি কংগ্ৰেছতেই থাকিলো হয় তেন্তে ১০ বছৰ পিছত মোৰ সমষ্টিবাসীয়ে মোক প্ৰশ্ন কৰিব উন্নয়ন সন্দৰ্ভত তথা মই কিয় বিজেপিত যোগদান নকৰিলো?  তেতিয়া মোৰ হাতত একো উত্তৰ নাথাকিব।‘

‘গতিকে মই এই সিদ্ধান্ত লৈছো কেৱল সমষ্টি ৰাইজৰ কথা ভাবিয়েই। আজি দলত যোগদান কৰিছো গতিকে উপ- নিৰ্বাচন খেলিম নে নাই সেয়া দলেহে নিৰ্ধাৰণ কৰিব।‘ সুশান্তই এইদৰে কয়।

এনেদৰেই এতিয়া কংগ্ৰেছ এৰি বিজেপিলৈ সোঁত ব’বলৈ আৰম্ভ কৰিছে বহু নেতাৰ।

কিছুদিন পাছতে ভবানীপুৰ সমষ্টিৰ AIUDF ৰ বিধায়ক ফণীধৰ তালুকদাৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

বৃহৎ সফলতাৰ দিশে কৃষকৰ প্ৰতিষ্ঠান কৃভকো : ৪৬ সংখ্যক সাধাৰণ সভাত ৮২৪ কোটি টকা লাভৰ ঘোষণা

September 25, 2026 6:23 pm
নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

নিৰ্বাচনত অংশ লৈ জালিয়াতিক বৈধতা নিদিব : বিৰোধীক নিৰ্বাচন বৰ্জনৰ আহ্বান চিজেপিৰ

September 25, 2026 4:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd