• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱা শৈক্ষিক অৰ্হতা: আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানি

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2021 1:08 pm
karimm-618x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এআইইউডিএফৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে উত্থাপন হৈছে শিক্ষাগত অৰ্হতা জালিয়াতিৰ অভিযোগ সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব।

বিধায়ক বৰভূঞাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ভুৱা শৈক্ষিক অৰ্হতা সম্পৰ্কত গোচৰো তৰা হৈছিল।

Apply Now

উক্ত গোচৰৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৪ আগষ্ট অৰ্থাৎ আজি গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰিছে।

উল্লেখ্য সোণাই সমষ্টিৰ বিধায়ক জনৰ বিৰুদ্ধে কিছুদিন পূৰ্বে বিজেপি নেতা আমিনুল হক লস্কৰে শিক্ষাগত অৰ্হতা জালিয়াতিৰ অভিযোগ কৰিছিল।

লস্কৰে অভিযোগ কৰা অনুসৰি বিধায়ক বৰভূঞাই মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ ভুৱাকৈ তথ্য দিছিল।

বিধায়ক জনে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত দিয়া সেই তথ্য ভুৱা বুলি উল্লেখ কৰি অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল।

লস্কৰে অভিযোগ কৰা অনুসৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰি বৰভূঞাই মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰা নাছিল বুলি স্পষ্ট হৈছে।

লস্কৰৰ মতে ২০১৬ চনৰ নিৰ্বাচনৰ সময়তো ভুৱা শৈক্ষিক অৰ্হতাৰ তথ্য উল্লেখ কৰিছিল।সেই সময়ত তেওঁ ১৯৯০ চনত ইঞ্জিনীয়াৰিঙৰ ডিপ্ল’মা গ্ৰহণ কৰা বুলি শপতনামাত উল্লেখ কৰিছিল যদিও ২০২১ৰ নিৰ্বাচনৰ সময়ত তেওঁ সেই তথ্য দিয়া নাই।

একেদৰে বিধায়ক কৰিমুদ্দিন বৰভূঞাই ১৯৮৭ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি তথ্য দিছিল যদিও তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰাত অসম উচ্চতৰ মাধ্যমিক সংসদে বৰভূঞাই ১৯৮৭ চনত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা স্বীকাৰ কৰিছে যদিও তেওঁ পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল বুলি কোৱাৰ কথাও আমিনুল হক লস্কৰে প্ৰকাশ কৰিছে।

এনেবোৰ বিসংগতিৰ ভিত্তিতে লস্কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰভূঞাৰ বিৰুদ্ধে গোচৰ তৰিছিল। উক্ত গোচৰৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰাই চুৰাণাই আজি গোচৰটোৰ শুনানি গ্ৰহণ কৰিব।

ইপিনে এআইইউডিএফৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই তেওঁৰ বিৰুদ্ধে উত্থাপিত শৈক্ষিক অৰ্হতা জালিয়াতিৰ অভিযোগক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছে।

উল্লেখ্য কৰিমুদ্দিন বৰভূঞাই এইবেলিৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰক পৰাজিত কৰিছে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd