• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেগাছাছৰ ফোন টেপিং: মিডিয়াত ওলোৱা কথাবোৰ যদি সঁচা হয় তেন্তে সেয়া চিন্তনীয় বিষয়—উচ্চতম ন্যায়ালয়

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 5, 2021 8:54 pm
supreme-court_of_India-570x320-750x375

উচ্চতম ন্যায়ালয়। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছে ভাৰতকে ধৰি বিশ্বৰ বহু লোকৰ ফোন টেপিং কৰাৰ বিষয়টোৱে সমগ্ৰ বিশ্বতে জোকাৰণিৰ সৃষ্টি কৰিছে ।

এনে সময়তে আজি উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এডিটৰ্ছ গীল্ড অব ইণ্ডিয়াই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এনভি ৰামান্নাই কয় যে ২০১৯ চনৰ পৰাঈই ফোন টেপিঙৰ যি অভিযোগ উঠি আহিছে সেই সন্দৰ্ভত কিবা তথ্য সংগ্ৰহৰ ব্যৱস্থা হাতত লোৱা হৈছে নে নাই সেই বিষয়ত তেওঁ অজ্ঞ।

Apply Now

কিন্তু এই সন্দৰ্ভত মিডিয়াত ওলোৱা কথাবোৰ যদি সঁচা হয় তেন্তে সেয়া চিন্তনীয় বিষয়।

জ্যেষ্ঠ অধিবক্তা কপিল চিবালে আজি পেগাছাছৰ ফোন টেপিঙৰ ঘটনাক ব্যক্তিগত অধিকাৰৰ ওপৰত প্ৰচণ্ড আঘাত বুলি আদালতত মন্তব্য কৰে।

উল্লেখ্য দেশৰ ৪০ গৰাকী বচা বচা সাংবাদিকৰ লগতে প্ৰায় ৩০০ লোকৰ ফোন টেপিং হোৱা বুলি সন্দেহ কৰা হৈছে। সেই সাংবাদিকসকলৰ ভিতৰত হিন্দুস্তান টাইমছ,ইণ্ডিয়া টুডে,নেটৱৰ্ক ১৮,দ্য হিন্দু,ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে সংবাদ গোষ্ঠীৰ সাংবাদিক আছে বুলি ধাৰণা কৰা হৈছে।

পেগাছাছে প্ৰযুক্তিৰ সহায়ত এই সাংবাদিকসকলৰ বহু গোপন তথ্য জানিবলৈ সক্ষম হোৱা বুলিও খবৰ ওলাইছে।সাংবাদিকসকলৰ ফোন হেক কৰাৰ তথ্যও ডিজিটেল ফৰেনচিক পৰীক্ষাত ধৰা পৰা বুলি কথা ওলাইছে।

The Wire ৰ দুগৰাকী প্ৰতিষ্ঠাপক সম্পাদকো পেগাছাছৰ ফোন টেপিঙৰ তালিকাতথকা বুলি প্ৰকাশ পাইছে। তেওঁলোকৰ ভিতৰৰে এগৰাকী হ’ল ৰোহিনী সিং।

ফোন টেপ হোৱা সাংবাদিকসকলৰ ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক সাংবাদিক সৈকত দত্ত,ইক’নমিক্স এণ্ড পলিটিকেল উইকলিৰ সম্পাদক প্ৰাঞ্জয় গুহ ঠাকুৰতা,টিভি ১৮ৰ প্ৰাক্তন এংকৰ স্মিতা শৰ্মা, আউটলুকৰ প্ৰাক্তন সাংবাদিক এছএনএম আব্দি,ডিএনএৰ প্ৰাক্তন সাংবাদিক ইফটিকাৰ গিলানী থকা বুলিও তথ্য প্ৰকাশ পাইছে।

The Wire-এ কৰা বিশ্লেষণৰ পৰা এই সন্দেহ এতিয়া অধিক ঘনীভূত হৈ পৰিছে।

Amnesty Internationalৰ ছিকিউৰিটি লেবৰেটৰীতো ফোন টেপিঙৰ এনে তথ্য ভালে খিনি পোহৰলৈ আহিছে।
উল্লেখ্য পেগাছাছৰ ফোন টেপিঙৰ অনুসন্ধান কৰিবলৈ চিপিএমৰ সাংসদ জন ব্ৰিটাছ আৰু অধিবক্তা এম এল শৰ্মাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰামান্না আৰু ন্যায়াধীশ সূৰ্যকান্তৰ খণ্ডপীঠে আজি এই বিষয়ত শুনানি গ্ৰহণ কৰে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd