• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষকলৈ সুখবৰ; কামৰূপৰ পৰা বহিঃৰাজ্যলৈ ৰপ্তানি ২.৫ মেট্ৰিকটন মাটিকঠাল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2021 6:20 am
pineaple market
186
VIEWS
Share on FacebookShare on Twitter

কামৰূপ জিলাৰ কৃষকসকলৰ মনত আশাৰ সঞ্চাৰ কৰি  ২.৫ মেট্ৰিকটন মাটিকঠাল বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হয়৷

তেলেংগনা ৰাজ্যৰ চেকেণ্ডৰাবাদলৈ কঢ়িয়াই নিব লগা ট্ৰাকৰ যাত্ৰা কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে৷

ট্ৰাকখনত মুঠ ৯০০টা মাটিকঠাল পঠিওৱা হয়৷ এই মাটিকঠালখিনি Raiseom Agritech Pvt Ltd আৰু Sam Agritech Pvt Ltd এ ক্ৰয় কৰিছে৷

ৰপ্তানি কাৰ্যৰ শুভাৰম্ভ কৰি উপায়ুক্তগৰাকীয়ে প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰিবলৈ সক্ষম হোৱা বকো মাটিকঠাল উৎপাদক কোম্পানী লিমিটেডৰ কৰ্মকৰ্তাসকলৰ লগতে কৃষকসকলক অভিনন্দন জ্ঞাপন কৰে৷

তদুপৰি¸ কৃষিখণ্ডৰ উত্তৰণেৰে আত্মনিৰ্ভৰ হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতিত অৰিহনা যোগোৱাৰ লক্ষ্যৰে কৃষিখণ্ডক স্বনিয়োজনৰ মাধ্যম ৰূপে গঢ়ি তোলাৰ অৰ্থে যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈও তেওঁ আহ্বান জনায়৷

ৰপ্তানি কৰা মাটিকঠালসমূহ কামৰূপৰ বকো মাটিকঠাল উৎপাদক কোম্পানী লিমিটেডৰ অধীনত বকো, বনগাঁও আৰু বৰগাঁৱৰ কৃষি চক্ৰৰ বিভিন্ন গাঁৱৰ প্ৰায় এহেজাৰ কৃষকে উৎপাদন কৰিছে৷

উল্লেখযোগ্য যে অসমৰ কৃষি বিভাগৰ সৌজন্যত আৰু অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ উদ্যোগত উল্লেখিত কোম্পানীটো ২০১৬ চনতে সংগঠিত কৰা হৈছিল৷

কোম্পানীটোৱে ইতিমধ্যে ৯৬০হেক্টৰ ভূমি সামৰি লৈছে৷ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ Mission Organic Value Chain Development in Assam আঁচনিৰ অধীনত বিভিন্ন সহায় সমৰ্থন লাভ কৰা এই কোম্পানীটোৰ বজাৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত এক্সপাৰ্ট আৰু জিলা প্ৰশাসনে সক্ৰিয়ভাৱে সহায় আগবঢ়াই আছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে অহা ১১ আগষ্টত পুনৰ কোম্পানীটোৱে উৎপাদন কৰা ৫০০০টা মাটি কঠাল ৰপ্তানি কৰা হ’ব৷

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd