• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পঁয়া লগা ৰূপ; এজন সচিবে চম্ভালে একাধিক গাঁও পঞ্চায়ত

যোৰহাট জিলাৰ ৯০ খন পঞ্চায়তৰ বিপৰীতে আছে মাত্ৰ ৩৯ গৰাকী সচিব

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
August 6, 2021 12:11 pm
Panchayat secretary

ফটো: নৰ্থইষ্ট নাও।

271
VIEWS
Share on FacebookShare on Twitter

যি সময়ত গ্ৰাম্য উন্নয়নৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰি ন-ন আঁচনি ৰূপায়নৰ কথা ঘোষণা কৰিছে সেই সময়ত এই সমূহ আঁচনি ৰূপায়নৰ বাবে বিভাগটোত প্ৰয়োজনীয় বিষয়া-কৰ্মচাৰীৰ অভাৱৰ বাবে আঁচনি সমূহৰ ৰূপায়নত অন্তৰায়ৰ সৃষ্টি হৈছে।

বিশেষকৈ গাঁও পঞ্চায়ত সমূহত পঞ্চায়ত সচিবৰ নাটনিয়ে গ্ৰামোন্নয়নৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে বাধাগ্ৰস্ত কৰি তুলিছে।

যোৰহাট জিলাত থকা নব্বৈ খন গাঁও পঞ্চায়তৰ বিপৰীতে পঞ্চায়ত সচিব আছে কেৱল উনচল্লিশ জন।

ইয়াৰে আকৌ তিনিগৰাকী সচিবক স্বাস্থ্যজনিত কাৰণত সচিব পদৰ পৰিবৰ্তে কাৰ্যালয়ত কাৰ্যনিৰ্বাহৰ অনুমতি প্ৰদান কৰা হৈছে।

ফলত অৱশিষ্ট সচিবসকলৰ এজন সচিবে তিনি-চাৰি খন গাঁও পঞ্চায়তৰ সচিবৰ দায়িত্ব পালন কৰিব লগা হৈছে।

এনেদৰে এজন সচিবে কেইবাখনো পঞ্চায়তৰ দায়িত্ব চম্ভালিব লগা হোৱাৰ বাবে নানান অসুবিধাৰ সন্মুখীন হৈছে পঞ্চায়তৰ সাধাৰণ বাসিন্দা সকল।

তদুপৰি, উন্নয়নৰ বাবে আবন্টিত পুঁজি সঠিক সময়ত ৰূপায়নৰ বাবে মুকলি কৰি দিব নোৱাৰাত স্তব্ধ হৈ পৰিছে উন্নয়ন।

চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটোৰ কাম কাজ ক্ষীপ্ৰতৰ কৰি তোলাৰ কথা সভাই সমিতিয়ে কৈ আহিছে যদিও বিভাগটোত বিষয়া-কৰ্মচাৰীৰ অভাৱৰ বাবে উন্নয়নমূলক কামকাজ স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd