• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও অভিযান্ত্ৰিক কলেজৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ বিষয়াক নিৰ্দেশ উপায়ুক্তৰ

জিলা খনৰ অন্যান্য বিভাগৰ কা-কাজৰো বুজ ল'লে উপায়ুক্তই

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
August 7, 2021 11:55 am
bboo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই  জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত চলি থকা উন্নয়নমূলক কাম  কাজসমূহৰ পৰ্যালোচনা কৰে।

জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত  অনুষ্ঠিত সভাত জিলাখনৰ লোকনিৰ্মাণ গৃহ বিভাগৰ অধীনত চলি থকা কাম-কাজৰ পৰ্যালোচনা কৰে ৷

Apply Now

সভাত বিভাগীয় সহকাৰী কাৰ্যবাহী অভিযন্তাই জনোৱা মতে বঙাইগাঁও অভিযান্ত্ৰিক কলেজৰ অধ্যক্ষৰ কাৰ্যালয় আৰু অতিথি গৃহৰ নিৰ্মাণৰ কাম আগবঢ়াৰ লগতে শ্ৰেণী কোঠা, ছাত্ৰাৱাস, ছাত্ৰী নিৱাস, ৱৰ্কশ্বপ গৃহ, খেলপথাৰ আদিৰ বাবে মাটি কাটি থকা হৈছে।

ইয়াৰ পিছতে   উপায়ুক্তগৰাকীয়ে  অভিযান্ত্ৰিক কলেজৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ সদৰ মহকুমাধিপতিক সহকাৰী কাৰ্যবাহী অভিযন্তাগৰাকীৰ সৈতে যাবলৈ কয় ।

আনহাতে একোলেণ্ড আৰ্হিত বনাবলগীয়া বঙাইগাঁও ইকো-পাৰ্কৰ চাৰিসীমাৰ বেৰ, বোটিং পুখুৰী, খোজকঢ়া ক্ষেত্ৰ আদিৰ কামৰ লগতে জিলা বিজ্ঞান কেন্দ্ৰ আৰু প্লেনেটৰিয়াম, কোচ-ৰাজবংশী মিউজিয়াম আদিৰ কামো চলি আছে বুলি লোকনিৰ্মাণ গৃহ বিভাগৰ অভিযন্তাগৰাকীয়ে সভাত জনায় ৷

উপায়ুক্তগৰাকীয়ে সভাত  লোকনিৰ্মাণ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত বৰ্তমান যিবিলাক কাম আধৰুৱা হৈ আছে সেইবিলাক কাম সম্পূৰ্ণ কৰিবলৈ আৰু যিবিলাক কাম এতিয়ালৈ আৰম্ভ কৰা হোৱা নাই সেইবিলাক কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে বৃহস্পতিবাৰে অনুষ্ঠিত আন এখন পৰ্যালোচনা সভাত উপায়ুক্তগৰাকীয়ে হস্ত তাঁত আৰু বস্ত্ৰ শিল্প, ৰেচম, মীন, পশুপালন, সমবায়, জিলা উদ্যোগ আৰু বাণিজ্য বিভাগ,ভূমি সংৰক্ষণ, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছন আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

হস্ত তাঁত বিভাগৰ অধীক্ষকে উপায়ুক্তৰ নিৰ্দেশমৰ্মে জিলাখনত এক জৰীপ চলায় আৰু বৰ্তমানলৈকে ৩,৩৭৬ গৰাকী শিপিনী চিনাক্ত কৰে । তদুপৰি সঞ্চালকৰ পৰা পোৱা লক্ষ্য মতে ১০০ গৰাকী শিপিনীক মুদ্ৰা ঋণ দিয়াৰ বাবে ব্যৱস্থা হাতত লৈছে। ৰেচম বিভাগৰ মুগা মিছনৰ অধীনত নয়াগাঁও, বইটামাৰী আৰু খগৰপুৰত তিনিখন চোম গছৰ নাৰ্চাৰী স্থাপন কৰা হৈছে আৰু তাত ১২,০০০( বাৰ হেজাৰ) চোম গছৰ পুলি ৰোপন কৰা হৈছে বুলি ৰেচম অধীক্ষকে জনায়।

আনহাতে মীন বিভাগৰ অধীনত বঙাইগাঁও ইকো-পাৰ্কত নিৰ্মাণ কৰা পাব্লিক একুৱাৰিয়ামৰ কাম সম্পূৰ্ণ হৈছে বুলি মীন উন্নয়ন বিষয়াই জনায় ৷ সেইদৰে আন আন বিভাগবোৰেও তেওঁলোকৰ কাৰ্যালয়ৰ অধীনত হৈ থকা কামবোৰৰ বিষয়ে উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াক অৱগত কৰে।

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd