• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গ্ৰামাঞ্চলৰ ৰাইজৰ ওপৰত কৰ জাপি দিব বিচাৰিছিল কিয়? এই সিদ্ধান্ত কাৰ আছিল?

ভাস্কৰ জ্যোতি বৰা by ভাস্কৰ জ্যোতি বৰা
August 7, 2021 2:48 pm
Untitled-1-copy3-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে হঠাতে যিকোনো সিদ্ধান্ত গ্রহণ কৰে আৰু আকৌ সেই সিদ্ধান্ত সলনি কৰে। বর্তমানৰ চৰকাৰৰ বাবে এয়া এক স্বাভাৱিক কথা।

শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গাঁৱৰ ৰাইজৰ ওপৰত কৰ আৰোপ কৰিব বিচাৰিছিল। নাগৰিক চনদৰ জৰিয়তে ঘোষণা কৰিছিল যে গ্ৰামাঞ্চলত আবাসিক ঘৰ, দোকান, আন ব‍্যৱসায়িক প্ৰতিষ্ঠান আদিৰ বাবে পঞ্চায়তৰ অনুমতি ল’ব লাগিব। আৰু ইয়াৰ বাবে কৰ দিব লাগিব পঞ্চায়তক।

Apply Now

চৰকাৰৰ এই জাননীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিধানসভাৰ বাহিৰে ভিতৰে বিৰোধীয়ে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায। এই পৰিস্থিতিত চৰকাৰে গাঁৱৰ ৰাইজৰ ওপৰত জাপি দিয়া কৰ প্ৰতাহাৰ কৰে।

ইয়াৰ দ্বাৰাই প্ৰমাণ হয় চৰকাৰৰ কাম কাজৰ স্বৰূপ। প্ৰশ্ন হয় এই সিদ্ধান্ত কোনে লৈছিল? পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে নিজাববীয়াকৈ সিদ্ধান্ত লৈছিল নেকি?

দিছপুৰৰ খবৰ ৰখা সকলোৱে জানে যে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি অবিহনে কোনো মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। গাঁৱৰ ৰাইজৰ ওপৰত কৰ জাপি দিব বিচৰা কাৰ্য ৰঞ্জিত দাসে অকলে লোৱা নাছিল। কিন্তু প্ৰতিক্ৰিয়াৰ পিছত এনেকুৱা ধাৰণা দিব বিচৰা হৈছে যে মুখ্য মন্ত্ৰীৰ অগোচৰে ৰঞ্জিত দাসে নিজে সিদ্ধান্ত লৈছিল।

এয়া মুখ্য মন্ত্ৰীৰ দায় সৰা মানসিকতাৰ বাহিৰে আন কি?

আনহাতে, ইয়াত চৰকাৰৰ সমন্বয়হীনতা প্ৰকাশ পাইছে নেকি? ইয়াৰ দ্বাৰা মুখ্য মন্ত্ৰীৰ চৰকাৰ পৰিচালনাৰ ব্যৰ্থতা প্ৰকাশ হৈছে।

আগতেও কেবাটাও বিষয়ত এনে পৰিস্থিতি হৈছে। শক্তি বিভাগৰ বিদ্যুৎ বিলক লৈ একেই অৱস্থা হোৱা পৰিলক্ষিত হৈছিল। চৰকাৰী কৰ্মচাৰীৰ বিদ্যুৎ বিল পৰিশোধ নথি অবিহনে দৰমহা দিয়া নহব বুলি জাননী দি সেই সিদ্ধান্ত সলনি কৰিছিল।

এনে কাৰ্যৰ পৰা প্ৰমাণ হয় যে ভুল সিদ্ধান্তৰ দায়িত্ব মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰীলৈ ঠেলে। নিজে দায়িত্ব নলয়। ই মুখ্য মন্ত্ৰী ৰূপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতা।

ভাস্কৰ জ্যোতি বৰা

ভাস্কৰ জ্যোতি বৰা

গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd