• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! কাণৰ ভিতৰতে Bluetooth headphone ফাটি যুৱকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2021 8:05 pm
earphones

প্ৰতিনিধিত্বমূলক ফটো।

441
VIEWS
Share on FacebookShare on Twitter

কাণত ব্লুটুথ হেডফোন লগাই পঢ়ি থকাৰ সময়তে বিস্ফোৰণ ঘটি মৃত্যু হয় ২৮ বছৰীয়া এজন যুৱকৰ। ঘটনাটোক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

শনিবাৰে ৰাজস্থানৰ জয়পুৰ আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে। দেশত এনে ধৰণৰ ঘটনা এইটোৱে প্ৰথম বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, জয়পুৰৰ উদয়পুৰিয়া গাঁৱৰ বাসিন্দা ৰাকেশ কুমাৰ নাগাৰে শুকুৰবাৰে নিজৰ ঘৰতে বহি পঢ়াশুনা কৰি আছিল। ৰাকেশে কোনো চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল।

পঢ়াশুনা কৰি থকা সময়ত ৰাকেশৰ কাণত হেডফোনটো লগোৱা আছিল। কিন্তু সেইটো এটা ইলেকট্ৰিক আউটলেটৰ সৈতে লগোৱা আছিল। হঠাতে ইয়াৰ প্ৰবল বিস্ফোৰণ ঘটে।

বিস্ফোৰণৰ লগে লগে অচেতন হৈ পৰে যুৱকজন। ততাতয়াকৈ তেওঁক এখন ব্যক্তিগত হাস্পাতললৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।

চিকিৎসকে জানিবলৈ দিয়া মতে, ৰাকেশৰ দুয়োখনে কাণেই ক্ষতবিক্ষত হৈ পৰে। তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল বুলিও জানিবলৈ দিয়ে চিকিৎসকে।

হৃদয় বিদাৰক কথাটো হ’ল যোৱা ফেব্ৰুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হৈছিল ৰাকেশ। তদুপৰি, ৰাকেশ পৰিয়ালৰ আটাইতকৈ ডাঙৰ সন্তান।

শেহতীয়াকৈ তাঁৰথকা এয়াৰফোনৰ তুলনাত অধিক জনপ্ৰিয় হৈ পৰিছে ব্লুটুথ। কিন্তু ব্লুটুথ বা এয়াৰফোন বিস্ফোৰণ ঘটি এনেদৰে মৃত্যুৰ ঘটনা এয়াই প্ৰথম দেখা গৈছে।

Recent News

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

আঁঠু কাঢ়ি কাণত ধৰি ক্ষমা খুজিলে পংকজ পাঠকে! সাময়িকভাৱে অপূৰ্ণ হৈ ৰ’ল তপাৰ মূৰত চুলি গজোৱাৰ সপোন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd