• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত ট্ৰেড ইউনিয়ন ফেডাৰেশ্যন আৰু কৃষক মহাসভাৰ ‘ভাৰত বচাও দিৱস’ ৰূপায়ন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 9, 2021 7:03 pm
WhatsApp Image 2021-08-09 at 4.30.01 PM

ফটো: নৰ্থইষ্ট নাও।

180
VIEWS
Share on FacebookShare on Twitter

আজি দেশজুৰি ট্ৰেড ইউনিয়ন ফেডাৰেশ্যন আৰু কৃষক মহাসভাই ঐতিহাসিক ৯ আগষ্ট তাৰিখটোত বিজেপিৰ জনগণ বিৰোধী শ্ৰমিক বিৰোধী কামকাজৰ বিৰোধিতা কৰি “ভাৰত বচাও দিৱস” ৰূপায়ণ কৰে৷

ইয়াৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখতো যথেষ্ট সংখ্যক কৃষক-শ্ৰমিক ৰাইজে সমবেত হৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

উক্ত কাৰ্যসূচীত চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে চৰকাৰক চোকা সমালোচনা কৰি কয় যে স্বাধীনোত্তৰ ভাৰতত কমিউনিষ্ট আন্দোলনৰ ফলত সকলো কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ সমূহে ৰাজহুৱা খণ্ডত ব্যাপকভাৱে উদ্যোগ প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ বাধ্য হৈছিল ৷

কিন্তু আজি দুৰ্ভাগ্যজনক কথাটো হ’ল বিজেপি চৰকাৰে এই ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহ ক্ষীপ্ৰতাৰে ব্যক্তিগত কৰণ কৰিছে ৷

ইতিমধ্যে বহু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ কৰাৰ পিছত পুনৰ দুটা ৰাজহুৱা খণ্ড বেংক ব্যক্তিগত কৰিবলৈ প্ৰস্তাৱ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ৷

এটা ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী ব্যক্তিগতকৰণ কৰিবলৈ পৰিকল্পনা কৰিছে ৷ ছয়টাকৈ ষ্টীল প্লাণ্ট ব্যক্তিগতকৰণ কৰিবলৈ পৰিকল্পনা কৰিছে ৷ BCPL ৰ ৫২.৯৮%  শতাংশই ব্যক্তিগতকৰণ কৰিবলৈ নিবিদা আহ্বান কৰিছে ৷

তেওঁ লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ ONGC (L) ক OIL ৰ সৈতে চামিল কৰণৰ প্ৰস্তাৱক আমি বিৰোধিতা কৰিছোঁ ৷ তদুপৰি, বিদ্যুত বিভাগৰ নিয়ন্ত্ৰণ কক্ষক ব্যক্তিগতকৰণৰো তীব্ৰ বিৰোধিতা কৰিছোঁ ৷

আনহাতে, তিনিওখন কৃষক বিৰোধী আইন বাতিল কৰিবলৈ দাবী জনাই তেওঁ বক্তব্য ৰাখে ৷

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd