• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তালিবানী বৰ্বৰতাৰ ভয়ংকৰ ৰূপ! তিনিদিনত ২৭ টি শিশুক হত্যা আফগানিস্তানত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2021 10:51 am
WhatsApp Image 2021-08-10 at 10.17.27 AM
359
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানত গৃহযুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। তালিবান বাহিনীয়ে কাবুল দখলৰ বাবে প্ৰচণ্ড যুদ্ধত অৱতীৰ্ণ হৈছে। আফগান সেনায়ো চলাইছে প্ৰত্যাক্ৰমণ।

এতিয়া দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হোৱাৰ দৰে ৰক্তক্ষয়ী এই সংঘৰ্ষত নিৰীহ জনসাধাৰণে প্ৰাণ দিবলগীয়া হৈছে।

ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে যে বিগত তিনিদিনত আফগানিস্তানত ২৭টি শিশুক হত্যা কৰা হৈছে। এই ঘটনাই দেশখনৰ পৰিস্থিতিৰ কিমান ভয়াবহ হৈ পৰিছে তাক দাঙি ধৰে।

প্ৰতিবেদন অনুসৰি, যুদ্ধবিধস্ত কান্দাহাৰ, খোস্ত আৰু পাকটীয়া প্ৰদেশত যোৱা তিনিদিনত ২৭টি শিশুৰ মৃত্যু হৈছে।

প্ৰধানকৈ ৰাস্তাৰ দাঁতিত পুতি ৰখা আইইডি বিস্ফোৰণ আৰু সংঘৰ্ষৰ মাজত দিশহাৰা হৈ এইদৰে প্ৰাণ হেৰুৱাইছে দেশখনৰ শিশুসকলে।

যোৱা মাহটোত সকলো মিলি যুদ্ধৰ ফলত কমেও এহাজাৰ নিৰীহ মানুহে প্ৰাণ হেৰুৱাইছে।

বাতৰি অনুসৰি, যোৱা কেইদিনমানত আফগানিস্তানৰ ব্যাপক অঞ্চল তালিবানে দখল কৰিছে। তালিবানে এতিয়ালৈ ছয়খন প্ৰদেশৰ ৰাজধানী দখল কৰাৰ দাবী কৰিছে।

উল্লেখ্য যে যুদ্ধবিধ্বস্ত আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰৰ পাছতে পুনৰ নতুনকৈ তালিবান বাহিনীয়ে আফগান ভূমি দখলৰ কৰাৰ অভিযান আৰম্ভ কৰিছে।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd