• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ কালুগাঁৱত অসমৰ প্ৰাচীন মুখা শিল্পক জীয়াই ৰখাৰ সংগ্ৰামত ব্যস্ত এদল কিশোৰ  

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 11, 2021 3:38 pm
bonnnnhnn
309
VIEWS
Share on FacebookShare on Twitter

গুৰুজনাৰ অপূৰ্ব সৃষ্টি মুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কেইজনমান কিশোৰৰ।

অসমৰ এক প্ৰাচীন লোক কলা এই মুখা শিল্পৰ সৃষ্টি কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাত ব্যৱহাৰ কৰা হৈছিল এই মুখা শিল্প।

সেই সময়ত শ্ৰীমন্ত শংকৰদেৱে ভাওনাত ভাগ লোৱা ভাৱৰীয়া সকলৰ বাবে নিজ হাতে তৈয়াৰ কৰিছিল বিভিন্ন চৰিত্ৰৰ মুখা।

গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি মুখা শিল্পৰ প্ৰতি আকৰ্ষিত শিৱসাগৰৰ কালুগাঁৱৰ তিনিকুৰীয়াৰ এদল কিশোৰ এতিয়া ব্যস্ত ভাওনাৰ বিভিন্ন চৰিত্ৰৰ মুখা বনোৱাত।

মুখা শিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ নিজৰ পকেটৰ ধন খৰচ কৰি এইসকল কিশোৰৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বৰাহ, কুম্ভ, মৎস, নৰ- সিংহকে ধৰি ভাওনাৰ বিভিন্ন চৰিত্ৰৰ মুখা।

কালুগাঁৱৰ তিনিকুনীয়া যদুমণি গগৈ, ত্ৰিনয়ন জ্যোতি দত্ত,  মানস চুতীয়া, শিৱমজ্যোতি শৰ্মাকে ধৰি কেইবাজনো কিশোৰে এবছৰৰ পূৰ্বে প্ৰতিষ্ঠা কৰা গুৰু শংকৰ মুখা শিল্প সংঘই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বিভিন্ন স্থানত ৰাস, ভাওনা আদিত মুখা শিল্প প্ৰদৰ্শন কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছে।

কিশোৰ অৱস্থাতে মুখা শিল্পৰ প্ৰতি আকৃষ্ট হৈ গুৰুজনাৰ এই অপূৰ্ব সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি প্ৰয়াস কৰিছে সেই কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।

চৰকাৰলৈ অনুৰোধ এইসকল কিশোৰৰ। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমাক অলপ সহায় কৰক আমাৰ প্ৰেৰণা দিয়ক।

চৰকাৰৰ পৰা কিছু সহায় সহযোগ লাভ কৰিলে কালুগাঁৱৰ গুৰু শংকৰ মুখা শিল্প সংঘই মুখা শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব বুলি আশাবাদী।

Recent News

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd