• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলংকাৰিক মৎস্য উৎপাদনেৰে স্বাৱলম্বীতাৰ পথত খোজ পেলাইছে গোৱালপাৰাৰ এখন গাঁৱে

ব্লেক ম’লি ,চৰ্ট টেইল,গল্ড ফিছ সকলো আলংকাৰিক মাছেই উৎপাদন হয় এই গাঁৱত

নীলমনি শৰ্মা by নীলমনি শৰ্মা
August 12, 2021 8:34 am
Scr
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্য গাওঁখনক আলংকাৰিক মৎস্য উৎপাদক্ষম গাওঁ হিচাবে প্ৰতিষ্ঠা কৰাৰ৷এই লক্ষ্যৰে নিৰৱচ্চিন্ন ভাবে কাম কৰি গৈছে গোৱালপাৰাৰ এখন গাৱঁৰ লোকে ৷

আলংকাৰিক মাছ উৎপাদনক্ষম  গাওঁ হিচাবে গঢ়ি তোলাৰ প্ৰচেষ্টাত বিগত ১৭ বছৰে  এহাল দম্পতীয়ে কৰি গৈছে এক নিৰলস প্ৰচেষ্টা ৷

Apply Now

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পৰা চাৰি কিলোমিটাৰ  আঁতৰৰ ভেলাখামাৰ গাওঁ৷২০০৪ চনত গাৱঁখনৰে  বিমল ৰায় আৰু প্ৰমীলা ৰায়ে আৰম্ভ কৰিছিল আলংকাৰিক মাছ উৎপাদনৰ কাম৷

প্ৰথম অৱস্থাত মাছৰ কাৰ্টুনতে পৰীক্ষমূলক ভাবে আৰম্ভ কৰিছিল এই কাম ।সেই সময়ত কোনো সহায় পোৱা নাছিল বিমল ৰায় আৰু পত্নী প্ৰমীলা ৰায়ে।

সেই বুলি দম্পতীহালে পিছ হুহুঁকিও অহা নাছিল নতুবা লক্ষ্যৰ পৰাও বিচলিত হোৱা নাছিল। সময় বাগৰিল আলংকাৰিক মাছ উৎপাদনৰ পৰিসৰ নিজ প্ৰচেষ্টাত বৃদ্ধি কৰিলে ৷

অৱশেষত জিলা মীন বিভাগৰ দৃষ্টি পৰিল তেওঁলোকে কৰি থকা আলংকাৰিক মাছৰ ওপৰত৷ইমান দিনে দম্পতী হালে অকলশৰে  নেতৃত্ব দিয়া এই বিপ্লৱত সহায়ৰ বাবে মীন বিভাগ  আৰু ৰাষ্ট্ৰীয় মৎস্য উন্নয়ন বৰ্ডো আগবাঢ়ি গোৱালপাৰা জিলা খনৰ ভিতৰতে এক মাত্ৰ এই গাওঁ য’ত উৎপাদন হয় আলংকাৰিক মাছ ৷

শেহতীয়াকৈ বিমল ৰায় লগত সংগ দিছে গাওঁখনৰে ২৬ গৰাকী মহিলাই৷

মহিলা সকলো আগবাঢ়ি আহিছে আলংকাৰিক মাছ উৎপাদনৰ বাবে৷ গোৱালপাৰা জিলাৰ মীন বিভাগৰ জৰিয়তে ৰাষ্ট্ৰীয় মৎস্য উন্নয়ন বৰ্ডে গাৱঁখনত ৰূপায়ণ কৰিছে প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে এক পাইলট প্ৰজেক্ট৷

বতৰ্মান গাঁৱখনৰ অধিকাংশ লোকে পালন কৰিছে এই আলংকাৰিক মাছ৷ গাৱঁত এতিয়া গাওঁখনত ব্লেক ম’লি ,চৰ্ট টেইল আৰু গল্ড ফিছ বহু পৰিমানেই উপলব্ধ৷

উল্লেখযোগ্য যে ব্লেক ম’লি আৰু চৰ্ট টেইলে কণীৰ সলনি পোৱালিহে জন্ম দিছে৷

গাঁৱখনৰ চন্দ্ৰমা ৰায,অৰুণা ৰায়, অঞ্জু প্ৰিয়া ৰায়,মিতালী শৰ্মা,মীৰা শৰ্মা,লিপিকা শৰ্মা ,নিভা ৰায় আদিকে ধৰি ২৬ গৰাকী মহিলা এতিয়া ব্যস্ত আলংকাৰিক মৎস্য উপাদনত৷ গাৱঁখনৰ বিমল ৰায় এই মৎস্য বিপ্লৱত সহায় কৰি গৈছে গোৱালপাৰাৰ মীন বিভাগে৷

বিভাগৰ জৰিয়তে ৰাষ্ট্ৰীয় মৎস্য উৎপাদন বৰ্ডে   গাওঁখনত ১৩ টো গোটকো জৰিত কৰি আলংকাৰিক মাছ উৎপাদনৰ পৰিসৰ বৃদ্ধিৰ এক প্ৰচেষ্টা চলাইছে৷ আলংকাৰিক মাছ উৎপাদনৰে এতিয়া স্বাৱলম্বী হোৱাৰ পথৰ গাওঁখনৰ বহু পুৰুষ-মহিলা৷

শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ বাবে এওঁলোকে  বহুত সমস্যাৰ সন্মুখীন হৈছে যদিও হতাশ হোৱা নাই আৰু লক্ষ্যৰ পৰাও আঁতৰি অহা নাই এই সকল পুৰুষ-মহিলা৷

নীলমনি শৰ্মা

নীলমনি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd