• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভেকচিন ল’লেই চিম্পাজী হৈ পৰিব মানুহ! ফেচবুকে বন্ধ কৰিলে এনে ভুৱা খৱৰ বিয়পোৱা ৩০০ একাউন্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2021 8:08 am
facebook-logo
266
VIEWS
Share on FacebookShare on Twitter

আষ্ট্ৰেজেনেকা আৰু ফাইজাৰৰ ক’ভিড ভেকচিন ল’লে মানুহ চিম্পাঞ্জীত পৰিণত হ’ব! কেইমাহমান পূৰ্বে ছচিয়েল মিডিয়াত এনে এক বাতৰি বিয়পি পৰিছিল।

বিশেষভাৱে ফেচবুকত এই খৱৰ ভাইৰেল হৈ পৰিছিল। এই ভুৱা খৱৰ বিয়পোৱা সকলো একাউন্ট এইবাৰ বন্ধ কৰি দিলে ফেচবুক কৰ্তৃপক্ষই।

বাতৰি অনুসৰি, ৰাছিয়াৰ পৰা আৰম্ভ হোৱা এই ভুৱা বাতৰি আটাইতকৈ বেছি ভাইৰেল হৈছিল ভাৰত, লেটিন আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত।

যোৱা ডিচেম্বৰতেই সূত্ৰপাত ঘটা এই ভুৱা খৱৰ যোৱা মে’ মাহত পুনৰ নতুনকৈ বিয়পি পৰিছিল। সেই প’ষ্টবোৰৰ পাছত ফাইজাৰৰ ভেকচিনৰ কাৰ্যকাৰিতাক লৈ প্ৰশ্ন উঠিছিল।

ফেচবুকৰ ফালৰ পৰা কোৱা হৈছে,’’আমি ফেচবুকৰ পৰা এনেধৰণৰ ৬৫টা একাউন্ট আৰু ২৪৩টা ইনষ্টাগ্ৰাম একাউন্ট অঁতৰাই পেলাইছো। কিয়নো এই ধৰণৰ প’ষ্ট আমাৰ নীতি বিৰুদ্ধ।‘’

ফেচবুকে ভুৱা খৱৰ বিয়পোৱাৰ বাবে পূৰ্বে বহু একাউন্টৰ প’ষ্ট ডিলিট কৰিছিল। কিন্তু তাৰ দ্বাৰা ভুৱা বাতৰি প্ৰচাৰ সম্পূৰ্ণ ৰোধ কৰা সম্ভৱ হোৱা নাই।

ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ নতুন ডিজিটেল নীতি অহাৰ পাছত আৰু কঠোৰ হৈ পৰিছে ছচিয়েল মিডিয়া প্লেটফৰ্ম।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd