• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ বিধায়ক-সাংসদৰ অপৰাধমূলক গোচৰ; ED আৰু CBIৰ ভূমিকাত অনস্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2021 11:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনাই দেশৰ সাংসদ আৰু বিধায়কসকল জড়িত থকা অপৰাধজনিত গোচৰসমূহৰ প্ৰসংগ উত্থাপন কৰি চৰকাৰী অনুসন্ধানকাৰী সংস্থা CBI আৰু এনফ’ৰচমেণ্ট ডাইৰেক্টৰেটৰ কাৰ্যপ্ৰণালীক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সাংসদ-বিধায়কসকলৰ অপৰাধৰ গোচৰসমূহৰ অভিযোগনামা দাখিল কৰাত চৰকাৰী সংস্থাসমূহে সদায় পলম কৰি আহিছে।জনপ্ৰতিনিধিসকলৰ গোচৰসমূহ ১০-১৫ বছৰ ধৰি কোনো কাৰণ নোহোৱাকৈ পৰি থাকে বুলিও মুখ্য ন্যায়াধীশ ৰামনাই মন্তব্য কৰিছে।

Apply Now

উল্লেখযোগ্য যে CBI আৰু এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰটে মঙলবাৰে উচ্চতম ন্যায়ালয়ত এটা ৰিপ’ৰ্ট দাখিল কৰিছে।

ৰিপ’ৰ্টত কোৱা হৈছে যে দেশৰ ৫১ জন সাংসদ আৰু ৭১ জন বিধায়ক Prevention Of Money Landraring Act 2002, চমুকৈ PMLAত অভিযুক্ত হৈ আছে।

আনহাতে, CBIৰ আদালতত এনেধৰণৰ ১২১ টা অপৰাধজনিত গোচৰ পৰি আছে বুলি প্ৰকাশ পাইছে।

ইয়াৰে ৫৮টাকৈ গোচৰৰ শাস্তি হৈছে যাবজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ড। ৰিপ’ৰ্টটোৰ মতে, যোৱা দুবছৰত জনপ্ৰতিনিধিসকলৰ অপৰাধৰ গোচৰ ১৭ শতাংশলৈকে বৃদ্ধি পাইছে।

২০১৮ চনৰ ডিচেম্বৰত ইয়াৰ পৰিমাণ আছিল ৪,১২২ টা। কিন্তু ২০২০ চনৰ ছেপ্টেম্বৰত ই ৪,৮৫৯ টালৈ বৃদ্ধি পাইছে। তদুপৰি, ৰিপ’ৰ্টটোত আন এটা গুৰুত্বপূৰ্ণ কথাও উত্থাপন কৰা হৈছে।

দেশৰ ৰাজ্যসমূহৰ শাসনাধীষ্ঠ দলসমূহে নিজৰ দলৰ জনপ্ৰতিনিধিসকলৰ গোচৰসমূহ বাতিল কৰিবলৈ লোৱাৰ প্ৰৱণতা দেখা পোৱা যায়।

এইক্ষেত্ৰত বিজেপি নেতৃত্বাধীন উত্তৰপ্ৰদেশ চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনৰ ৭৬ গৰাকীকৈ জনপ্ৰতিনিধিৰ অপৰাধমূলক গোচৰ বাতিল কৰিবলৈ লোৱা কথাটো ৰিপ’ৰ্টটোত উনুকিওৱা হৈছে।

উল্লেখযোগ্য যে এই ৭৬ গৰাকী জনপ্ৰতিনিধিৰ ভিতৰত দেশ কঁপাই যোৱা মুজাফ্ফৰনগৰ সাম্প্ৰদায়িক সংঘৰ্ষত অভিযুক্ত বিজেপি বিধায়ক-সাংসদসকলো আছে।

এই ৰিপ’ৰ্টটোৰ সম্পৰ্কত বুধবাৰে মুখ্য ন্যায়াধীশ এন ভি ৰামনা, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্য কান্তৰে গঠিত এখন বিচাৰপীঠে চৰকাৰী সংস্থাকেইটাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

ৰাজ্য চৰকাৰসমূহে জনপ্ৰতিনিধিসকলৰ গোচৰসমূহ বাতিল কৰিবলৈ লোৱাক লৈ বিচাৰপীঠখনে কয় যে, উচ্চ ন্যায়ালয়ৰ আগতীয়া অনুমতি অবিহনে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে এই কাম কৰিব নোৱাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd