• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আনুষ্ঠানিকভাৱে এ আই য়ু ডি এফৰ পৰা পদত্যাগ কৰিলে ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2021 11:47 am
70
VIEWS
Share on FacebookShare on Twitter

ভৱানীপুৰ সমষ্টিৰ এ আই য়ু ডি এফ বিধায়ক ফনীধৰ তালুকদাৰে আজি আনুষ্ঠানিকভাৱে দলৰ পৰা পদত্যাগ কৰিছে।

এ আই য়ু ডি এফৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে ফনীধৰ তালুকদাৰে।

মঙলবাৰে এ আই য়ু ডি এফৰ সভাপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁ দলত্যাগ কৰা বুলি ঘোষণা কৰিছে।

আনহাতে, দুই এদিনতে গেৰুৱা সাজ পিন্ধিব ফনীধৰ তালুকদাৰে।

অৱশ্যে, দল ত্যাগৰ লগে লগে তালুকদাৰে তেওঁৰ বিধায়ক পদো এৰিব লাগিব। ফলত ভৱানীপুৰ সমষ্টিতো উপনিৰ্বাচন অনুষ্ঠিত
হোৱাটো নিশ্চিত হৈ পৰিল।

ইয়াৰ ফলত এতিয়া অসমৰ মুঠ ৬ টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিগত কেইবাটাও বিধানসভা নিৰ্বাচনত ভৱনীপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰি আহিছিল যদিও ফনীধৰ তালুকদাৰে প্ৰতিবাৰেই পৰাজয় বৰণ কৰাৰ পাছত ২০২১ৰ নিৰ্বাচনত এ আই য়ু ডি এফৰ টিকটত পোন প্ৰথমবাৰৰ বাবে বিধায়ক হোৱাৰ সপোন পূৰণ হৈছিল ফনীধৰ তালুকদাৰৰ।

কিন্তু মাত্ৰ চাৰিটা মাহতে দলত্যাগ কৰি অন্য দললৈ ঢাপলি মেলাৰ সিদ্ধান্ত ল’লে ভৱানীপুৰৰ বিধায়কজনে।

অৱশেষত ৰূপজ্যেতি কূৰ্মী, সুশান্ত বৰগোহাঁইৰ দৰে একে পথৰে পথিক হ’বলৈ আগবাঢ়িছে ভৱানীপুৰৰ ফনীধৰ তালুকদাৰ।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd