• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাক প্রত্যাহবান জনাই উচ্চতম ন্যায়ালয়ত দাখিল আৱেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2021 12:04 pm
102
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰাক প্রত্যাহবান জনাই উচচতম ন্যায়ালয়ত দাখিল কৰা হৈছে এখন আৱেদন।

মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্রহণ কৰাৰ চাৰি মাহ পাছত গগৈক ২০২০ৰ মার্চত নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজ্যসভালৈ মনোনীত কৰিছিল৷

ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাৰ সময়ত দেশৰ বহুসংখ্যক সাংবিধানিক বিশেষজ্ঞ, অধিকাৰ কর্মীৰ লগতে অন্যান্য ক্ষেত্ৰৰ ব্যক্তিয়ে সেই সিদ্ধান্তক সমালোচনা কৰিছিল৷

উক্ত ব্যক্তিসকলে কার্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ ক্ষমতাৰ সাংবিধানিক পৃথকীকৰণ ধূসৰ হৈ পৰা বুলি সমালোচনা কৰিছিল।

সম্প্ৰতি ৰঞ্জন গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীয় কৰাক প্রত্যাহবান জনাই অধিবক্তা তথা সমাজকর্মী সতীশ এছ কাম্বিয়েই উচচতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰিছে৷

কাম্বিয়ে কি যোগ্যতাৰ ভিত্তিত গগৈক উচচ সদনলৈ মনোনীত কৰা হ’ল সেই প্রশ্ন উত্থাপন কৰিছে ৷ তেওঁ উল্লেখ কৰে যে গগৈয়ে কোনো কিতাপ-পত্রও লিখা নাই, কোনো সামাজিক, বৈজ্ঞানিক, সাহিত্যিক তথা সাংস্কৃতিক কাম-কাজৰ লগতো আনকি তেওঁ জড়িত নহয়৷ তেওঁক কি গুণৰ ভিত্তিত মনোনীত কৰা হ’ল সেই বিষয়ে ৰাজ্যসভাৰ বেবছাইটত কোনো উল্লেখ নাই৷

উল্লেখ্য যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাৰ ঠিক পাছতে শিক্ষাবিদ তথা অধিকাৰ কর্মী মধু কিশ্বৰেও এক ৰাজহুৱা স্বার্থ জড়িত গোচৰ তৰি গগৈৰ নিযুক্তিয়ে ন্যায়পালিকাৰ স্বতন্ত্রতাত প্ৰভাৱ পেলোৱা বুলি অভিযোগ কৰিছিল।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd