• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তালিবানৰ পুনৰুত্থানত উল্লাসিত মুছলমানক তীব্ৰ সমালোচনা অভিনেতা নাছিৰুদ্দিন শ্বাহৰ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 2, 2021 5:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একাংশ মুছলমানে তালিবানৰ উত্থানক লৈ আনন্দ উদযাপন কৰাটো অতি ভয়ংকৰ। এই মন্তব্য প্ৰদান কৰিছে বলিউডৰ প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহে।

সামাজিক মাধ্যমযোগে এটা ভিডিঅ’ ক্লিপত অভিনেতাজনে এইদৰে নিজৰ বক্তব্য প্ৰদান কৰিছে। তেওঁ কয় যে যিসময়ত আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত সমগ্ৰ বিশ্বৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে, সেই সময়ত ভাৰতৰ একাংশ মুছলমান লোকে আনন্দ উদযাপন কৰাটো অতি বিপজ্জনক।

Apply Now

তালিবানক বৰ্বৰ বুলিও আখ্যা দিয়ে নাছিৰুদ্দিন শ্বাহে। তেওঁ কয়- যিসকলে তালিবানৰ পুনৰোত্থানক লৈ আনন্দ কৰিছে, নিজকে প্ৰশ্ন কৰা উচিত যে তেওঁলোকে তেওঁলোকৰ ধৰ্মক আধুনিক কৰি তুলিব কৰিব নে পুৰণা বৰ্বৰ ধৰ্মীয় ব্যৱস্থা এটাতে থাকিব।

তদুপৰি তেওঁ ভাৰতীয় মুছলমানসকলক ‘হিন্দুস্তানী মুছলমান’ বুলিও অভিহিত কৰে। তেওঁ কয় যে হিন্দুস্তানী ইছলাম আৰু বিশ্বৰ অন্যান্য ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত পাৰ্থক্য আছে। নিজকে হিন্দুস্তানী মুছলমান বুলি আখ্যা দি অভিনেতাজনে কয় যে ঈশ্বৰৰ স’তে তেওঁৰ সম্পৰ্ক অনানুষ্ঠানিক আৰু এইক্ষেত্ৰত প্ৰতিষ্ঠিত ৰাজনৈতিক ধৰ্ম তেওঁৰ প্ৰয়োজন নাই।

উল্লেখযোগ্য যে ৭১ বৰ্ষীয় অভিনেতাজনে শেহতীয়াকৈ কেতবোৰ সামাজিক বিষয়ত মাত মাতি চৰ্চা লাভ কৰা দেখা গৈছে। দেশত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পোৱা বুলি দুবছৰ পূৰ্বে মন্তব্য কৰিছিল নাছিৰুদ্দিন শ্বাহে।

গোৰক্ষকৰ আইন বিৰোধী কাৰ্যকলাপ, হিন্দু-মুছলিমৰ সাম্প্ৰদায়িক সংঘাতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ নিজৰ সন্তানৰ ভৱিষ্যত ভাৰতত সুৰক্ষিত হয় নে নহয়, সেই বিষয়েও নিজৰ ভাৱ ব্যক্ত কৰিছিল।

তাৰপাছতে সৃষ্টি হৈছিল বিতৰ্কৰ। হিন্দুত্ববাদীসকলে তেওঁক দেশদ্ৰোহী আখ্যা দিছিল । তদুপৰি তেওঁক ভাৰত এৰি যাবলৈও দাবী জনাইছিল।

তেনেক্ষেত্ৰত প্ৰখ্যাত অভিনেতাজনে ইছলামিক সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰা এই মন্তব্যই সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰা দেখা গৈছে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd