• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিযুক্তি লাভৰ পৰা বঞ্চিত শিক্ষক সকলক অতি সোনকালে চৰকাৰক নিযুক্তি প্রদানৰ আহ্বান শিক্ষক সন্থাৰ

শিক্ষক সমাজক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2021 8:36 am
a-school-750x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষক দিৱস উপলক্ষে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ কেন্দ্ৰীয় সভানেত্রী হেমাঞ্জলী ভুঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে ৰাজ্যখনৰ সকলো শিক্ষক-শিক্ষয়িত্রীক শুভেচ্ছা জ্ঞাপন কৰিছে।

তদুপৰি ৰাজ্যখনৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ দীর্ঘদীনিয়া সমস্যাৰাজি সমাধান কৰাৰ বাবে অসম চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Apply Now

আনহাতে, উক্ত নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা বিভিন্ন আসোঁৱাহৰ বাবে বহু যোগ্যতা সম্পন্ন শিক্ষক বৰ্তমানেও নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে।  শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত শিক্ষক সন্থাই  উক্ত সমস্যা সমূহ বিবেচনা তথা ৰৈ যোৱা আসোঁৱাহ সমূহ দূৰ কৰি অতি সোনকালে নিযুক্তি প্রদান কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছে।

ৰাজ্যখনৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ দীর্ঘদীনিয়া সমস্যাৰাজি সমাধান কৰি চলিত বর্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত সেই সময়ৰ শিক্ষামন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৪৫১১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিছিল । ইয়াৰ ভিতৰত (বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত) ১৫৬৬ জনক শিক্ষক পদত আৰু ২৯৪৫ জনক টিউটৰ হিচাবে নিযুক্তি প্রদান কৰিছিল ।

নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা বিভিন্ন আসোঁৱাহৰ বাবে বহু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে টিউটৰ হিচাবে নিযুক্তি লাভ কৰাৰ বিপৰীতে প্ৰশিক্ষণ নথকা আন একাংশ শিক্ষকে শিক্ষক পদত নিযুক্তি লাভ কৰিলে। যাৰ বাবে তেওঁলোকৰ সমস্যা বৰ্তমানেও সমাধান হোৱা নাই ।

পূৰ্বে ২০১২/১৬ চনলৈকে সম্পূর্ণ হাৰত দৰমহা লাভ কৰা আৰু বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকো বিভিন্ন আসোঁৱাহৰ বাবে নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে ।

নিযুক্তি বিতৰণ অনুষ্ঠানত সেই সময়ৰ শিক্ষামন্ত্রী তথা বৰ্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই নিযুক্তি প্ৰক্ৰিয়াত ৰৈ যোৱা আসোঁৱাহ সমূহ দূৰ কৰিবৰ বাবে এক অনলাইন পৰ্টেল প্ৰস্তুত কৰি ৪৫ দিনৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস প্রদান কৰিছিল। কিন্তু বৰ্তমানলৈকে সমাধান নোহোৱাত শিক্ষক সমাজ বৰ্তমানেও অধীৰ আগ্রহেৰে অপেক্ষা কৰি আছে ।

সেইদৰে এসময়ত চৰকাৰীভাৱে নিযুক্তি লাভ কৰা শিক্ষকসকলৰ নিযুক্তি ক্ষেত্রতো বিবেচনা কৰিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, গতিকে তেওঁলোক আজি আশাবাদী ।

ইয়াৰোপৰি বহু শিক্ষক বিনা বেতনেৰে অৱসৰ গ্রহণ কৰাৰ লগতে বহু সংখ্যক শিক্ষক চাকৰি নিয়মীয়াকৰণৰ আশা বুকুত বান্ধিয়েই মৃত্যুবৰণ কৰিলে, তেওঁলোকৰ পৰিয়াল সমূহেও চৰকাৰলৈ এক আশাৰে বাট চাই আছে ।

গতিকে তেওঁলোকৰ ক্ষেত্ৰতো চৰকাৰক বিবেচনা কৰিবৰ বাবে বিনম্ৰ গোহাৰি জনাইছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm
 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd