• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰে পৰা ক’ভিড নীতি-নিয়ম মানি টীয়কতো খুলিলে মহাবিদ্যালয়সমূহ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
September 6, 2021 10:59 am
open colleges in teok

ফটো: নৰ্থইষ্ট নাও।

2k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নিয়মীয়া পাঠদান বহু দিনৰ বিৰতিৰ পাছত ক’ভিড নীতি-নিয়ম অৱলম্বন কৰি আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

সেয়ে, আজিৰ পৰা পুনৰ ছাত্র-ছাত্ৰীৰ কোলাহলত মুখৰিত হ’ব মহাবিদ্যালয়ৰ বাকৰি। আজিৰ পৰা পুনৰ ব্যস্ত হৈ পৰিব মহাবিদ্যালয়ৰ প্ৰাংগণ, শ্ৰেণীকোঠা, কাৰ্যালয়।

টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ো চৰকাৰে বান্ধি দিয়া ক’ভিড নীতি-নিয়ম পালন কৰি আজিৰে পৰা আৰম্ভ কৰিবলৈ লৈছে নিয়মীয়া পাঠদান।

ইতিমধ্যে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ভেকচিন লোৱা শিক্ষক-কৰ্মচাৰী তথা ছাত্র-ছাত্ৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰিছে। মহাবিদ্যালয়ৰ শ্ৰেণী কোঠা, কাৰ্যালয়, প্ৰাংগণ আদি সকলো সম্পূৰ্ণভাৱে চেনিটাইজ কৰা হৈছে।

মহাবিদ্যালয়ৰ প্ৰৱেশ পথত ছাত্ৰ-ছাত্ৰী সকলক হেণ্ড চেনিটাইজ কৰোৱা হৈছে, মুখত মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব মনাৰ লগতে সকলো ক’ভিড বিধি অৱলম্বন কৰিবলৈ ইতিমধ্যে শিক্ষক-কৰ্মচাৰীৰ সহযোগত ছাত্ৰ-ছাত্ৰী সকলক বাধ্য কৰা হৈছে।

মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জনোৱা অনুসৰি আজিৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ কলা আৰু বাণিজ্য শাখা আৰু দুয়োটা শাখাৰে পঞ্চম ষান্মাষিকৰ পাঠদান সম্পূৰ্ণভাৱে নিয়মীয়াকৈ আৰম্ভ হৈছে আৰু ইতিমধ্যে এই দুটা বৰ্ষৰ মহাবিদ্যালয়ৰ প্ৰায় গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভেকচিন গ্ৰহণৰ তথ্য লাভ কৰা বুলি জানিবলৈ দিছে।

 

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd