• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাভা জাতীয় যুৱ পৰিষদৰ বিষয়ববীয়াক আক্ৰমণ, পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং পৰিষদ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
September 9, 2021 1:03 pm
dudh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদীয় এলেকাত যোৱা ৬ চেপ্তেম্বৰত “ৰাভা জাতীয় যুৱ পৰিষদ” নামৰ এটা জাতীয় সংগঠনে নতুনকৈ জন্ম লাভ কৰাৰ পিচতেই নতুন সংগঠনটোৰ সম্পাদকৰ লগতে আন তিনিগৰাকী বিষয়ববীয়াক দুৰ্বৃত্তই আক্ৰমণ কৰাত পুনৰ উত্তপ্ত হোৱাৰ দিশে আগবাঢ়িছে ৰাভা হাছং পৰিষদীয় এলেকা৷

জানিব পৰা মতে, যোৱা নিশা পৃথকে পৃথকে তিনিটাকৈ আক্ৰমণৰ ঘটনা সংঘটিত হয় দুধনৈত ৷

Apply Now

প্ৰথমটো আক্ৰমণ সংঘটিত হয় সন্ধিয়া প্ৰায় সাত বজাত৷ বিজেপিৰ কুশধোৱা জিলা পৰিষদৰ সদস্য তথা ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰাক্তন সভাপতি কুশধ্বজ ৰংখই দুধনৈ চহৰৰ পৰা নিজ বাসগৃহলৈ মটৰ চাইকেলেৰে গৈ থকা সময়তে এখন মাৰুতি ৱাগনাৰ বাহনত অহা দুৰ্বৃত্তৰ এটা দলে বাট আগচি ধৰি তেওঁক প্ৰহাৰ কৰে ৷

এই আক্ৰমণত কুশধ্বজ ৰংখ গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হব লগা হয়৷ তাৰ ঠিক কিছুসময় পিচতে দুখন ব’লেৰো বাহনত অহা দুৰ্বৃত্তৰ আন এটা দলে কুশধ্বজ ৰংখৰ খবৰ লবৰ বাবে দুধনৈ অভিমুখে আহি থকা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা নতুনকৈ জন্ম লাভ কৰা সংগঠনটোৰ সম্পাদক প্ৰফুল্ল ৰংখৰ বাহনখনক কৃষ্ণাই শালপাৰাৰ পৰা পিছ লৈ দুধনৈৰ হৰি মন্দিৰৰ কাষত পিছপিনৰ পৰা খুন্দিয়াই অচল কৰি দিয়ে।

লগতে দুৰ্বৃত্তৰ দলটোৱে লোৰ ৰদ, লাঠি, শিল আদিৰে আক্ৰমণ চলায়৷ দুৰ্বৃত্তৰ আক্ৰমণত গোৱালপাৰা আৰছুৰ প্ৰাক্তন সভাপতি গৰাকীৰ বাহনখন চুৰ্ণবিচুৰ্ণ হৈ পৰাৰ উপৰিও প্ৰফুল্ল ৰংখকো প্ৰহাৰ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে৷

এই দুগৰাকী ব্যক্তিক আক্ৰমণ কৰাৰ উপৰিও নিকাচৰণ ৰাভা আৰু ৰূপম ৰাভাকো দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লয়৷ এই সম্পৰ্কত নতুনকৈ গঠন হোৱা “ৰাভা জাতীয় যুৱ পৰিষদে” দুধনৈ পৰিদৰ্শন বঙলাত অনুষ্ঠিত কৰা এক সংবাদমেলত সংগঠনটোৰ সম্পাদক প্ৰফুল্ল ৰংখই এই আক্ৰমণৰ ঘটনাৰ আঁৰত ৰাভা হাছং পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাৰ হাত আছে বুলি অভিযোগৰ আঙুলি টোৱায়৷

হাছং চিফ টংকেশ্বৰ ৰাভাৰ নিৰ্দেশতেই একাংশ আৰছুৰ সদস্যই এই আক্ৰমনৰ ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে৷

ৰাভা হাছঙৰ বহু সমস্যা সমাধানৰ লগতে ৰাভা জাতিৰ উত্তোৰত্তৰ উন্নতি কামনা কৰি জাতীয় স্বাৰ্থত নতুনকৈ গঠন হোৱা সংগঠনটোৰ প্ৰতি কিয় শংকিত হৈ পৰিছে বুলিও প্ৰশ্ন কৰে সংগঠনটোৱে৷ ইতিমধ্যে দুধনৈ আৰক্ষী থানাত এই ঘটনা সম্পৰ্কত সুকীয়া সুকীয়াকৈ তিনিখন এজাহাৰ দাখিল কৰিছে৷

এই এজাহাৰৰ ভিত্তিত দুধনৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ সংবাদ মেলত নতুনকৈ গঠন হোৱা সংগঠনটোৰ উপদেষ্টা কুশধ্বজ ৰংখ, সভাপতি প্ৰফুল্ল ৰাভা, বিষয়ববীয়া নিকাচৰণ ৰাভা, অশোক ৰাভাৰ লগতে আন কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd