• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিচাংমুখতো পুনৰাবৃত্তি ঘটিব পাৰে নিমাতীঘাট কাণ্ডৰ

কেনেকৈ চলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ এই বিভাগটো?

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 10, 2021 10:13 am
pp
2.5k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এটা কাৰ্যালয়।য

কাৰ্যালয় নহয়,  ই এক জিৰণি চৰাহে। এয়া আমাৰ কথা নহয়,  এগৰাকী বিভাগীয় কৰ্মচাৰীৰ মন্তব্য।

দুদিন পূৰ্বে নিমাতী ঘাটত  সংঘটিত হোৱা ফেৰী দূৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে।

সকলোৱে সমালোচনা কৰিছে চৰকাৰ তথা চৰকাৰৰ অধীনত থকা আভ্যন্তৰীণ জল পৰিবহন বিভাগক।

৭৩ জন কৰ্মচাৰী থকা শিৱসাগৰৰ দিচাংমুখৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যালয়টো এতিয়া কেৱল নামতহে আছে।

কাৰ্যালয়টোৰ দুৰৱস্থা দেখিলেই আপুনি গম পাব কিদৰে ৰাজ্যত চলি আছে এই বিভাগটো। কৰ্মচাৰী আহে আৰু চহী কৰি গুচি যায়। বিভাগৰ কৰ্মচাৰী বহিব পৰাৰ অৱস্থা নাই এই কাৰ্যালয়ত।

ফেৰীত নাই পৰ্যপ্ত লাইফ জেকেট। ইয়াৰ পৰিৱৰ্তে  জৰাজীৰ্ণ এই কাৰ্যালয়ত দীৰ্ঘদিনে পৰি আছে লাইফ জেকেট।

ইপিনে বিভাগৰ অধীনত থকা ফেৰী খনো লেচীক চলাবলৈ দি দায়িত্ব সামৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ বিয়াগোম বিভাগটোৱে।

যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে দিচাংমুখৰ পৰা মাতমৰা পাৰঘাটলৈ দৈনিক যাত্ৰা কৰা যাত্ৰী সকল।

যিকোনো মূহুৰ্ততে নিমাতীঘাটৰ দৰে শোকাৱহ দুৰ্ঘটনা সংঘটিত হব পাৰে এই ফেৰী ঘাটত।

Recent News

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

অৱসৰৰ পাছতো মুখ্য ন্যায়াধীশৰ বাসগৃহ খালী কৰা নাই প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে! উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিলে পত্ৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd