• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিছা আৰক্ষীৰ জালত পৰিল ৩০ জুলাইৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড চাকলিম মুস্তাক

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
September 10, 2021 10:26 am
Kaliabor police arrested docait
2.5k
VIEWS
Share on FacebookShare on Twitter

প্ৰায় ৪০ টা দিনৰ অন্তত মিছা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ বৰালিগাঁওত ৩৭  নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ৩০ জুলাইৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড চাকলিম মুস্তাকক গ্ৰেপ্তাৰ কৰাৰ লগতে ডকাইতি কৰি লৈ যোৱা এছ ০৫ কে ৮৯৭৮ নম্বৰৰ বাইক খন জব্দ কৰিবলৈ সক্ষম হৈছে।

ৰূপহীহাট থানাৰ অন্তৰ্গত কাঠপাৰাত ঘৰ ধৃত ডকাইত চাকলিম মুস্তাকৰ।

আনহাতে  এই ৪০ দিনৰ ভিতৰতে এই ডকাইতিৰ ঘটনাৰ লগত জড়িত ৬ টাকৈ ডকাইতক  গ্ৰেপ্তাৰ কৰিছিল মিছা আৰক্ষীয়ে।

এই ৬ দুৰ্ধৰ্ষ ডকাইতৰ ভাষ্যৰ ভিত্তিত মিছা আৰক্ষীয়ে এক অভিযান চলাই বৃহস্পতি বাৰে নিশা আন এক দুৰ্ধৰ্ষ ডকাইত চাকলিম মুস্তাকক আটক কৰাৰ লগতে ডকাইতি কৰি নিয়া পালচাৰ বাইকখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Also Read: কন্যা শিশুক অপহৰণ ড্ৰাগছ ব্যৱসায়ীৰ; অৰুণাচলৰ জংঘলৰ পৰা উদ্ধাৰ অসম আৰক্ষীৰ

উল্লেখযোগ্য যে যোৱা ৩০ জুলাই তাৰিখে কলিয়াবৰৰ বৰালিগাঁওৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ব্ৰইলাৰ কোম্পানীত কৰ্মৰত পল্লব বৰদলৈ নামৰ এজন যুৱকৰ পৰা এটা ৮ জনীয়া ডকাইতৰ দলে লুটি লৈ গৈছিল এখন পালচাৰ বাইকৰ লগতে মানিবেগ আৰু মোবাইল ফোন।

আৰু যোৱা নিশা ধৃত চাকলিম মুস্তাক  নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰাৰ লগতে পালচাৰ  বাইক খন উদ্ধাৰ কৰিবলৈ সক্ষম হল ।কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ সহযোগত মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিকান্ত সজাতিয়ে এই অভিযান চলাইছিল ।

লগতে আন ৬ দুৰ্ধৰ্ষ ডকাইতৰ পৰা মোবাইল ফোনটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

Recent News

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd